বিহপুৰীয়াৰ বিশাল জনসভাত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী

বিহপুৰীয়াৰ বিশাল জনসভাত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী
  • বিহপুৰীয়াৰ বিশাল জনসভাত পুনৰ অসমবাসীক সম্বোধন প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোডীৰ।
  • বিহপুৰীয়াৰ খামটি পথাৰত মোডীৰ বিশাল জনসভা।
  • মিত্ৰজোঁটৰ প্ৰাৰ্থী অমিয় ভূঞাৰ হৈ নিৰ্বাচনী প্ৰচাৰ মোডীৰ।
  • মিচিং ভাষাত অসমবাসীক সম্বোধন প্ৰধানমন্ত্ৰী গৰাকীৰ।
  • ভাষণত শংকৰ-মাধৱক স্মৰণ নৰেন্দ্ৰ মোডীৰ।
  • বিজেপি চৰকাৰে গুৰু দুজনাৰ পৰম্পৰাক জীয়াই আছেঃ মোডী
  • আপোনাৰ পৰম্পৰাক বিনষ্ট হ'ব নিদিবঃ মোডী।
  • ভাষণত ভূপেন্দ্ৰ সংগীত আওৰালে প্ৰধানমন্ত্ৰী গৰাকীয়ে।
  • কংগ্ৰেছৰ লক্ষ্য আছিল আসন বচোৱা, সত্ৰ বচোৱা নহয়ঃ মোডী।
  • কেৱল গাদী সুৰক্ষা ৰক্ষাতে ব্যস্ত আছিল কংগ্ৰেছঃ মোডী।
  • কাজিৰঙা বেদখল মুক্ত কৰিছে বিজেপিয়েঃ মোডী।
  • মাধৱদেৱ বিশ্ববিদ্যালয়ৰ কাম দ্ৰুত গতিত আগবাঢ়িছেঃ মোডী।
  • আজমলক তীব্ৰ সমালোচনা প্ৰধানমন্ত্ৰী গৰাকীৰ।
  • ধুবুৰী সীমান্ত ছীল কৰিছে বিজেপিয়েঃ মোডী।
  • বিকাশ আৰু বিশ্বাসৰ সেঁতু গঢ়িছে বিজেপিয়েঃ মোডী।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in