প্ৰধানমন্ত্ৰীৰ ডাঙৰ ঘোষণাঃ নৱেম্বৰৰ লৈকে ৮০কোটিৰো অধিক লোকক প্ৰদান কৰা হ’ব বিনামূলীয়া ৰেচন…

প্ৰধানমন্ত্ৰীৰ ডাঙৰ ঘোষণাঃ নৱেম্বৰৰ লৈকে ৮০কোটিৰো অধিক লোকক প্ৰদান কৰা হ’ব বিনামূলীয়া ৰেচন…
  • দেশবাসীক সম্বোধন প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ।
  • তেওঁ কয়, ১জুলাইৰ পৰা দেশত আৰম্ভ আনলক-২।
  • এই সময়ত দেশবাসীক অধিক সাৱধান হৈ থকাটো প্ৰয়োজন।
  • বৰ্তমান সময়ত অসৰ্তকতাই হৈছে সকলোৰে ডাঙৰ শত্ৰু।
  • দেশৰ ৯কোটি খেতিয়কৰ বেংক একাউন্টত জমা কৰা হৈছে ১৮,০০ কোটি।
  • অন্য দেশৰ তুলনাত ভাৰতত কোৰোনাৰ মৃত্যুৰ হাৰ যথেষ্ট কম।
  • এই দিশৰ পৰা ভাৰতৰ স্থিতি পূৰ্বতকৈ উন্নত।
  • ৮০ কোটিতকৈ অধিক লোকক ৩মাহৰ বিনামূলীয়া ৰেচন প্ৰদান কৰা হৈছে।
  • প্ৰধানমন্ত্ৰী গৰীৱ কল্যাণ অন্ন আচঁনিৰ যোগেদি আগন্তুক নৱেম্বৰ মাহলৈ লৈকে ৮০ কোটি লোকক বিনামূলীয়া ৰেচন প্ৰদান কৰা হব।
  • আগন্তুক কেইবাটাও উতসৱল প্ৰতি লক্ষ্য ৰাখি এই ঘোষণা প্ৰধানমন্ত্ৰীৰ।
  • নৱেম্বৰ মাহলৈকে ৮০ কোটি লোকক বিনামূলীয়া ৰেচন যোগানৰ বাবে প্ৰায় ১৫০কোটি টকা ব্যয় হব বুলিও ঘোষণা কৰে প্ৰধানমন্ত্ৰীয়ে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in