আজি মথুৰালৈ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী…

আজি মথুৰালৈ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী…
  • আজি মথুৰালৈ যাব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী।
  • মথুৰাৰ ভেটেনাৰী বিশ্ববিদ্যালয়ত এক অনুষ্ঠানত অংশ লব মোডীয়ে।
  • পশু আৰোগ্য যোজনাৰ শুভাৰম্ভ কৰিব মোডীয়ে।
  • পুৱা ১০.৫০ বজাত বিশ্ববিদ্যালয়ত উপস্থিত হব প্ৰধানমন্ত্ৰী গৰাকী।
  • ১২.২০ বজাত পুনৰ দিল্লীসৈ উভতিব নৰেন্দ্ৰ মোডী।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in