নিশা ৮ বজাত দুৰদৰ্শনযোগে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে সম্বোধন কৰিব দেশবাসীক

নিশা ৮ বজাত দুৰদৰ্শনযোগে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে সম্বোধন কৰিব দেশবাসীক
  • সংবিধানৰ ৩৭০ ধাৰা আৰু অনুচ্ছেদ ৩৫ (ক) বিলুপ্তি কৰাৰ পাছত দেশবাসীক সম্বোধন কৰিব প্ৰধানমন্ত্ৰীয়ে।
  • দুৰদৰ্শনযোগে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে দেশবাসীক উদ্দেশ্যি বক্তব্য ৰাখিব।
  • বৃহস্পতিবাৰে নিশা ৮ বজাত সম্প্ৰচাৰ হ'ব প্ৰধানমন্ত্ৰীৰ এই ভাষণ।
  • কাশ্মীৰৰ পৰা ৩৭০ ধাৰা বিলুপ্তি কৰাৰ পাছত এয়াই হ"ব প্ৰধানমন্ত্ৰীৰ প্ৰথম ৰাজহুৱা ভাষণ।
  • ইতিমধ্যে পাকিস্তানে ভাৰতৰ সৈতে কূটনৈতিক সম্পৰ্ক ছেদ কৰাৰ লগতে দ্বিপাক্ষিক বানিজ্য বন্ধ কৰিছে।
  • পাক ৰে'ল মন্ত্ৰীয়ে স্থায়ীভাৱে এই ৰে'লসেৱা বন্ধ কৰা বুলি ঘোষণা কৰা হৈছে।
  • পাকিস্তানত নিষিদ্ধ কৰা হৈছে হিন্দী ছবি।

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in