শেহতীয়া খবৰ
চৰকাৰ আকোৰগোজ, আৰম্ভ কৰিবই ৰহাৰ টোলগেট! জাঙুৰ খাই উঠিছে অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ আৰু কৃষক মুক্তি সংগ্ৰাম সমিতি, VIDEO  •  দিল্লীৰ ৰাজপথত বন্দুক টোঁৱাই সন্ত্ৰাস চলোৱা কোন এই শ্বাহৰুখ…  •  ভুল তথ্য দাখিল গোচৰত দিল্লীৰ উপ মুখ্যমন্ত্ৰী মণীষ চিছোদিয়ালৈ উচ্চ ন্যায়ালয়ৰ জাননী…  •  ন’ পাৰ্কিঙত ৰখোৱা বিধায়কৰ গাড়ীত হুইল ক্লেম ল’ক লগোৱা বিষ্ণু বৰাক প্ৰশংসা আৰক্ষীৰ উচ্চপদস্থ বিষয়াৰ  •  কৃষ্ণাইত ট্ৰেক্টৰ-ডাম্পাৰৰ দৌৰাত্ম্য, আৰক্ষীৰ ৰহস্যজনক ভূমিকা  •  ইটানগৰত ১২ ঘন্টীয়া বন্ধৰ সময়ত হিংসাত্মক ঘটনা, প্ৰতিবাদকাৰীয়ে ভাঙিলে কেবাখনো বিলাসী বাহনৰ গ্লাছ...  •  দিল্লী আৰক্ষীৰ নতুন আয়ুক্তৰূপে এছএন শ্ৰীবাস্তৱক নিযুক্তি…  •  কোনে হত্যা কৰিছিল দিল্লীৰ চোৰাংচোৱা বিষয়া অংকিত শৰ্মাক, মৰণোত্তৰ পৰীক্ষাৰ প্ৰতিবেদনত প্ৰকাশ বিস্ফোৰক তথ্য...  •  যি কাম মহাত্মা গান্ধী, জৱাহৰলাল নেহৰু অথবা মনমোহন সিঙে কৰিব পৰা নাছিল, সেই কাম কৰি দেখুৱাইছে মোডীয়েঃ জেপি নড্ডা  •  দিল্লীত এতিয়া কেনে পৰিস্থিতি...

নিশা ৮ বজাত দুৰদৰ্শনযোগে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে সম্বোধন কৰিব দেশবাসীক

163
  • সংবিধানৰ ৩৭০ ধাৰা আৰু অনুচ্ছেদ ৩৫ (ক) বিলুপ্তি কৰাৰ পাছত দেশবাসীক সম্বোধন কৰিব প্ৰধানমন্ত্ৰীয়ে।
  • দুৰদৰ্শনযোগে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে দেশবাসীক উদ্দেশ্যি বক্তব্য ৰাখিব।
  • বৃহস্পতিবাৰে নিশা ৮ বজাত সম্প্ৰচাৰ হ’ব প্ৰধানমন্ত্ৰীৰ এই ভাষণ।
  • কাশ্মীৰৰ পৰা ৩৭০ ধাৰা বিলুপ্তি কৰাৰ পাছত এয়াই হ”ব প্ৰধানমন্ত্ৰীৰ প্ৰথম ৰাজহুৱা ভাষণ।
  • ইতিমধ্যে পাকিস্তানে ভাৰতৰ সৈতে কূটনৈতিক সম্পৰ্ক ছেদ কৰাৰ লগতে দ্বিপাক্ষিক বানিজ্য বন্ধ কৰিছে।
  • পাক ৰে’ল মন্ত্ৰীয়ে স্থায়ীভাৱে এই ৰে’লসেৱা বন্ধ কৰা বুলি ঘোষণা কৰা হৈছে।
  • পাকিস্তানত নিষিদ্ধ কৰা হৈছে হিন্দী ছবি।
আপুনি পঢ়ি ভাল পাব পৰা বাতৰি