অসম ভ্ৰমণৰ পূৰ্বে প্ৰধানমন্ত্ৰী মোডীৰ টুইটাৰত অসমীয়াত টুইট…

অসম ভ্ৰমণৰ পূৰ্বে প্ৰধানমন্ত্ৰী মোডীৰ টুইটাৰত অসমীয়াত টুইট…
  • অসম ভ্ৰমণৰ পূৰ্বে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ টুইট।
  • মৰাণ আৰু গহপুৰত শনিবাৰে প্ৰধানমন্ত্ৰীৰ নিৰ্বাচনী প্ৰচাৰ সভা।
  • তাৰ পূৰ্বে মোডীয়ে টুইটাৰত লিখিলে-
  • 'অসমৰ ভাতৃ-ভগ্নী সকলক লগ পোৱাৰ বাবে উদগ্ৰীৱ হৈ আছো। আজি মৰাণ আৰু গহপুৰত দুখন গণসমাৱেশত সম্বোধন কৰিম। ৰাজ্যখনৰ যুৱ সমাজৰ আশা-আকাঙ্খা পূৰণৰ বাবে অসমৰ বি জে পি নেতৃত্বাধীন চৰকাৰখনে অহোপুৰুষাৰ্থ প্ৰচেষ্টা অব্যাহত ৰাখিছে ।'
  • প্ৰথমে মৰাণলৈ যাব প্ৰধানমন্ত্ৰী।
  • যোৰহাট আৰু ডিব্ৰুগড় সমষ্টিৰ দুই বিজেপি প্ৰাৰ্থীৰ হৈ চলাব প্ৰচাৰ।
  • নিৰ্ধাৰিত সময়তকৈ কিছু পলমকৈ উপস্থিত হ'ব প্ৰধানমন্ত্ৰী মোডী।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in