আমেৰিকালৈ তিনিদিনীয়া সূচীৰে যাব প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোডী…

ফাইল ফটো
ফাইল ফটো
  • তিনিদিনীয়া সূচীৰে বুধবাৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী যাব আমেৰিকালৈ।
  • ৰাষ্ট্ৰসংঘৰ সাধাৰণ পৰিষদৰ বৈঠকত অংশ ল'ব প্ৰধানমন্ত্ৰী মোডীয়ে।
  • ৰাষ্ট্ৰসংঘৰ ৭৬ সংখ্যক অধিৱেশনত ভাষণ দিব প্রধানমন্ত্ৰীগৰাকীয়ে।
  • মাৰ্কিন ৰাষ্ট্ৰপতি জ' বাইডেনৰ সৈতেও প্ৰধানমন্ত্ৰীৰ আলোচনা।
  • হোৱাইট হাউছত অনুষ্ঠিত হ'ব মোডী-বাইডেনৰ দ্বিপাক্ষিক বৈঠক।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in