বিশ্ব ভাৰতী বিশ্ববিদ্যালয়ৰ এক অনুষ্ঠানত অংশ ল’ব প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে…

বিশ্ব ভাৰতী বিশ্ববিদ্যালয়ৰ এক অনুষ্ঠানত অংশ ল’ব প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে…

ডিজিটেল ডেস্ক : দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে শুক্ৰবাৰে পুৱা ১১ বজাত ভিডিঅ' কনফাৰেন্সিংৰ জৰিয়তে বিশ্ব ভাৰতী বিশ্ববিদ্যালয়ৰ এক অনুষ্ঠানত ভাষণ প্ৰদান কৰিব। এই অনুষ্ঠানত পশ্চিম বংগৰ ৰাজ্যপাল আৰু বিশ্ব ভাৰতী ৰেক্টৰ জগদীপ ধনহাৰ, কেন্দ্ৰীয় শিক্ষা মন্ত্ৰী ড০ ৰমেশ পোখৰিয়াল নিশাঙ্কো উপস্থিত থাকিব।

প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়ৰ পৰা জনোৱা অনুসৰি কেন্দ্ৰীয় শিক্ষা ৰাজ্যিক মন্ত্ৰী সঞ্জয় ধুত্ৰেও এই উপলক্ষে উপস্থিত থাকিব।অনুষ্ঠানৰ সময়ত মুঠ ২,৫৩৫ জন শিক্ষাৰ্থীয়ে ডিগ্ৰীৰ প্ৰমান পত্ৰ বিতৰন কৰা হ'ব । বিশ্ব ভাৰতী ১৯২১ চনত ৰবীন্দ্ৰনাথ ঠাকুৰে প্ৰতিস্থা কৰিছিল । দেশৰ আটাইতকৈ পুৰণি কেন্দ্ৰীয় বিশ্ববিদ্যালয়ৰ এই বিশ্ব ভাৰতী বিশ্ববিদ্যালয় ।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in