কেৰালাৰ গুৰুভয়ুৰৰ শ্ৰীকৃষ্ণ মন্দিৰত প্ৰধানমন্ত্ৰীৰ পূজা অৰ্চনা, VIDEO

কেৰালাৰ গুৰুভয়ুৰৰ শ্ৰীকৃষ্ণ মন্দিৰত প্ৰধানমন্ত্ৰীৰ পূজা অৰ্চনা, VIDEO
  • কেৰালাৰ গুৰুভয়ুৰৰ শ্ৰীকৃষ্ণ মন্দিৰত প্ৰধানমন্ত্ৰীৰ পূজা অৰ্চনা।
  • বিজেপিৰ কেইবাগৰাকীও নেতাৰ সৈতে শ্ৰীকৃষ্ণ মন্দিৰত উপস্থিত হয় প্ৰধানমন্ত্ৰী মোডী।
  • ত্ৰিশূৰৰ গুৰুভয়ুৰৰ শ্ৰীকৃষ্ণ মন্দিৰত পূজা অৰ্চনা কৰিলে মনোকামনা পূৰ্ণ হয় বুলি জনবিশ্বাস আছে।
  • মন্দিৰত পূজা অৰ্চনাৰ পাছতে প্ৰধানমন্ত্ৰীয়ে সম্বোধন কৰিব এখন জনসভা।
  • তাৰ পিছতে তেওঁ উভতিব দিল্লীলৈ।
  • চাওক প্ৰধানমন্ত্ৰীৰ মন্দিৰ দৰ্শনৰ ভিডিঅ'-

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in