শেহতীয়া খবৰ
অসম চৰকাৰৰ কৰ্মচাৰীয়ে দৰমহা কেতিয়া পাব, কাটিব নেকি দৰমহাৰ শতাংশ... • ঝাৰখণ্ডত আৰক্ষীৰে সংঘৰ্ষত ৩ নক্সালবাদীৰ মৃত্যু... • "কোৰোনাই নামাৰে, আমি খাবলৈ নাপাইহে মৰি থাকিম, আমাক ৰক্ষা কৰক", কোৱাৰেন্টাইন চেন্টাৰত থকা যুৱকে কিয় ক'লে এনেকৈ, VIDEO • অসমৰ আকাশত ওলোটা ৰামধেনু, অশনি সংকেত বুলি ছ'চিয়েল মিডিয়াত চৰ্চা, প্ৰকৃততে কিয় ওলোটাকৈ ওলাই ৰামধেনু • হাজোৰ সনাতন ডেকাৰ হত্যাকাণ্ডঃ পলাতক খবিৰউদ্দিন আহমেদক গ্ৰেপ্তাৰ... • ৰাজ্যত পুনৰ ১৫ জন নতুন কোৰোনা ৰোগী চিনাক্ত • অপৰূপ সৌন্দৰ্য, নিশাৰ ভিতৰতে কেনেকৈ সলনি হ'ল কলঙৰ পানীৰ ৰং, চাওঁক VIDEO • ৰুদ্ৰ ৰূপ লৈছে কপিলীয়ে, ছিঙিলে ২ টা মথাউৰি, বাসগৃহৰ ভিতৰতো সোমাল পানী, VIDEO • ভয়ংকৰ দৃশ্য! আপুনি পূৰ্বে নেদেখা বিস্ফোৰণ প্ৰত্যক্ষ কৰক, VIDEO • ভাৰতত কোৰোনাৰ সন্ত্ৰাস অব্যাহত, বিগত ২৪ ঘন্টাত মৃত্যু ১৯৪ গৰাকীৰ, আক্ৰান্ত ৬,৫৬৬...

বেংককত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে সাক্ষাৎ কৰিলে অষ্ট্ৰেলিয়াৰ প্ৰধানমন্ত্ৰী স্কট মৰিছনক

183
  • সোমবাৰে ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে সাক্ষাৎ কৰে অষ্ট্ৰেলিয়াৰ প্ৰধানমন্ত্ৰীক।
  • থাইলেণ্ডত প্ৰধানমন্ত্ৰী স্কট মৰিছনক সাক্ষাৎ কৰে নৰেন্দ্ৰ মোডীয়ে।
  • বেংককত অষ্ট্ৰেলিয়াৰ প্ৰধানমন্ত্ৰীৰ সৈতে বৈঠকত বহে মোডী।
  • অষ্ট্ৰেলিয়াৰ প্ৰধানমন্ত্ৰীগৰাকীয়ে ২০২০ চনত ভাৰত ভ্ৰমণ কৰিবলৈ আহিব।
  • সেইসময়ত দুয়োখন দেশৰ মাজত হ’ব লগা বিভিন্ন দিশৰ আলোচনা সম্পৰ্কে সোমবাৰে দুয়োগৰাকী প্ৰধানমন্ত্ৰীয়ে সিদ্ধান্ত লয় বুলি এক সূত্ৰত প্ৰকাশ।
আপুনি পঢ়ি ভাল পাব পৰা বাতৰি