বেংককত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে সাক্ষাৎ কৰিলে অষ্ট্ৰেলিয়াৰ প্ৰধানমন্ত্ৰী স্কট মৰিছনক

বেংককত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে সাক্ষাৎ কৰিলে অষ্ট্ৰেলিয়াৰ প্ৰধানমন্ত্ৰী স্কট মৰিছনক
  • সোমবাৰে ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে সাক্ষাৎ কৰে অষ্ট্ৰেলিয়াৰ প্ৰধানমন্ত্ৰীক।
  • থাইলেণ্ডত প্ৰধানমন্ত্ৰী স্কট মৰিছনক সাক্ষাৎ কৰে নৰেন্দ্ৰ মোডীয়ে।
  • বেংককত অষ্ট্ৰেলিয়াৰ প্ৰধানমন্ত্ৰীৰ সৈতে বৈঠকত বহে মোডী।
  • অষ্ট্ৰেলিয়াৰ প্ৰধানমন্ত্ৰীগৰাকীয়ে ২০২০ চনত ভাৰত ভ্ৰমণ কৰিবলৈ আহিব।
  • সেইসময়ত দুয়োখন দেশৰ মাজত হ'ব লগা বিভিন্ন দিশৰ আলোচনা সম্পৰ্কে সোমবাৰে দুয়োগৰাকী প্ৰধানমন্ত্ৰীয়ে সিদ্ধান্ত লয় বুলি এক সূত্ৰত প্ৰকাশ।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in