অপেক্ষাৰ অন্তঃ ভাৰতত মুকলি দুটাকৈ কোভিড ভেকচিন…

অপেক্ষাৰ অন্তঃ ভাৰতত মুকলি দুটাকৈ কোভিড ভেকচিন…

ডিজিটেল ডেস্কঃ পুৱা ১০.৩০বজাৰ লগে লগে দেশৰ প্ৰধানমন্ত্ৰীয়ে আনুষ্ঠানিকভাৱে মুকলি কৰিলে দুটাকৈ কোভিড ভেকচিন। আনুষ্ঠানিকভাৱে এই ভেকচিন মুকলি কৰি তেওঁ কয়, মহামাৰীৰ মাজত অধীৰ আগ্ৰহেৰে সকলোৱে এই ক্ষণৰ বাবে বাট চাই আছিল। অৱশেষত এই মধুৰ ক্ষণত আমি উপনীত হলো। সকলো দেশবাসীলৈ মোৰ অভিনন্দন।

তেওঁ লগতে কয়, সাধাৰণতে, ভেকচিন এটা বনাবলৈ বহু বছৰ লাগে কিন্তু এনে কম সময়ত, এটা নহয় দুটাকৈ ভেকচিন প্ৰস্তুত কৰি ভাৰতে মেক ইন ইণ্ডিয়াৰ পুনৰ এবাৰ প্ৰমাণ দিলে। তেওঁ সকলোকে অভিনন্দন জ্ঞাপন কৰি কয়, অন্যান্য ভেকচিনৰ কামো দ্ৰুত গতিত চলি আছে।

তেওঁ আৰু কি কি কলে চাওঁক তলৰ লিংকত-

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in