দুদিনীয়া ভ্ৰমণসূচীৰে বৰঝাৰ বিমান বন্দৰত উপস্থিত প্ৰধানমন্ত্ৰী মোডী

দুদিনীয়া ভ্ৰমণসূচীৰে বৰঝাৰ বিমান বন্দৰত উপস্থিত প্ৰধানমন্ত্ৰী মোডী
  • গুৱাহাটীত উপস্থিত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী।
  • বৰঝাৰ বিমান বন্দৰত বিমান অৱতৰণ হোৱাৰ পিছত প্ৰধানমন্ত্ৰী মোদীক উষ্ম আদৰণি।
  • মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল আৰু ৰঞ্জিত্‍ দাসে আদৰণি জনালে প্ৰধানমন্ত্ৰীগৰাকীক।
  • দুদিনীয়া ভ্ৰমণসূচীৰে গুৱাহাটীত উপস্থিত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী।
  • বিমানবন্দৰৰ পৰা ৰাওনা হ'ব ৰাজভৱনলৈ।
  • নিশাটো ৰাজভৱনতে কটাব প্ৰধানমন্ত্ৰীগৰাকীয়ে।
  • শনিবাৰে গুৱাহাটীৰ পৰা যাব ইটানগৰলৈ।
  • গুৱাহাটীৰ পৰা লীলাবাৰীলৈ বিমানেৰে আৰু তাৰ পৰা হেলিকপ্টাৰেৰে যাব ইটানগৰলৈ।
  • ইটানগৰৰ পৰা উভতি ১২.৩০ বজাত পাবহি আমিনগাঁও।
  • চাংসাৰিত এইমছৰৰ ভূমি পূজন অনুষ্ঠানত অংশগ্ৰহণ কৰিব প্ৰধানমন্ত্ৰী মোদীয়ে।
  • ২.৩০ বজাত প্ৰধানমন্ত্ৰী ৰাওনা হ'ব আগৰতলালৈ।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in