প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ পৰা মমতা বেনাৰ্জীলৈকে, টুইটাৰত লাভলীনাক শুভেচ্ছাৰ বৰষুণ..

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ পৰা মমতা বেনাৰ্জীলৈকে, টুইটাৰত লাভলীনাক শুভেচ্ছাৰ বৰষুণ..
  • অসম কন্যা লাভলীনা বৰগোহাঁইৰ সফলতাত উৎফুল্লিত দেশবাসী।
  • প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে লাভলীনাক শুভেচ্ছা জনাই কৰিলে টুইট।
  • প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ উপৰিও মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাইয়ো শুভেচ্ছা জনাইছে লাভলীনাক।
  • ব্ৰঞ্জৰ পদক বিজয়ী বক্সাৰগৰাকীক শুভেচ্ছা জনাই টুইটাৰত টুইট বিভিন্ন ক্ষেত্ৰৰ ব্যক্তিৰ।
  • বংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জী, মেঘালয়ৰ মুখ্যমন্ত্ৰী কনৰাড চাংমা, পূৰ্বৰ মুখ্যমন্ত্ৰী বৰ্তমানৰ কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালকে ধৰি বহু ৰাজনৈতিক নেতাৰ শুভেচ্ছা লাভলীনাক।
  • প্ৰাক্তন ক্ৰিকেটাৰ গৌতম গম্ভীৰ, ক্ৰীড়া মন্ত্ৰী অনুৰাগ ঠাকুৰকে ধৰি টুইটাৰত সকলোৰে শুভেচ্ছাৰ বৰষুণ।

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in