ইম্ফলত উপস্থিত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী

ইম্ফলত উপস্থিত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী
  • ইম্ফলত উপস্থিত হ'লহি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী।
  • বিমানবন্দৰত মোদীক উষ্ম আদৰণি।
  • ইম্ফলৰ হাপ্টা কাংজেইবাঙত এখন জনসভাত অংশগ্ৰহণ কৰিব মোদীয়ে।
  • ৮টা প্ৰকল্পৰ উদ্বোধন কৰাৰ লগতে আধাৰশিলা স্থাপন কৰিব আন চাৰিটা প্ৰকল্পৰ।‍
  • ইম্ফলৰ পৰা শিলচৰলৈ আহিব প্ৰধানমন্ত্ৰীগৰাকী

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in