শেহতীয়া খবৰ
সীমাৰ ভাগ-বাটোৱাৰা  •  সীমাৰ ভাগ-বাটোৱাৰা  •  ৰঙাপৰাত আবকাৰী বিভাগৰ অভিযানত অৰুণাচলী সুৰাসহ এজনক আটক...  •  গোগামুখত পুৱাই উদ্ধাৰ সুগৰি পহুঃ সোৱণশিৰি বনাঞ্চলৰ পৰিৱৰ্তে কাজিৰঙাত কৰিব মুকলি...  •  গোৱালপাৰাৰ লক্ষীপুৰ আৰক্ষীৰ জালত দুই হত্যাকাৰী...  •  সোণৰ খনিৰ বাবে বিস্ফোৰক কঢ়িয়াই অনা ট্ৰাকত বিস্ফোৰণঃ ১৭ জন নিহত ৬০ জন আহত...  •  মঙলদৈ প্ৰেছ ক্লাৱত ঐতিহাসিক পথৰুঘাট ৰণ বিষয়ক আলোচনা চক্ৰৰ আয়োজন...  •  ৫০ বছৰীয়া হ'ল অৰুণাচলঃ সোণালী জয়ন্তী বৰ্ষৰ স্মৃতি যুগমীয়া কৰাৰ বাবে বিভিন্ন পদক্ষেপ গ্ৰহণ...  •  প্ৰকৃতি সুৰক্ষা আৰু ৰক্ত দানৰ প্ৰতি সজাগতা সৃষ্টিৰ বাবে পদযাত্ৰাঃ টীয়কত উপস্থিত দৰংৰ যুৱক...  •  নতুন সংসদ ভৱন নিৰ্মাণ ব্যয় ২৯ শতাংশ বৃদ্ধিঃ ৯৭১ কোটিৰ পৰা ১,২৫০ কোটিলৈ বৃদ্ধি কৰা হ'ল নিৰ্মাণ ব্যয়....

১০০ কোটি লোকক ভেকচিন, দেশবাসীক সম্বোধন প্ৰধানমন্ত্ৰীৰ..

  • দেশবাসীক সম্বোধন প্ৰধানমন্ত্ৰীৰ।
  • ১০০ কোটি লোকক ভেকচিন প্ৰদানেৰে গৌৰৱাম্বিত দেশ।
  • ৯ মাহতে ১০০ কোটি লোকক দিয়া হৈছে ভেকচিন।
  • আমাৰ দেশে আমাৰ দায়িত্ব পালন কৰিছে।
  • এইয়া এক সোণালী অধ্যায়।
  • এই মাইল খুঁটিয়ে নতুন ভাৰতৰ প্ৰতিচ্ছবি দাঙি ধৰিছে।
  • ১০০ কোটি কোভিড ভেকচিনে দেশৰ সামৰ্থক প্ৰতিনিধিত্ব কৰিছে, ৰচনা কৰিছে নতুন অধ্যায়।
  • এইয়া এক কঠিন লক্ষ্য আছিল।
আপুনি পঢ়ি ভাল পাব পৰা বাতৰি