শেহতীয়া খবৰ
ধেমাজি টাউন ব্ল’ক কংগ্ৰেছৰ উদ্যোগত "পৰিবেশ প্ৰভাৱ নিৰূপন খচৰা ২০২০"ৰ বিৰুদ্ধে সজাগতামূলক সভা-মানৱ শৃংখল কাৰ্যসূচী...  •  ধেমাজি প্ৰেছ ক্লাৱত বিধায়ক ৰনোজ পেগুৰ সংবাদমেল...  •  দেশৰ শীৰ্ষ ৫ ‘আৰ্ম ৰেছলাৰ’ৰ ভিতৰত স্থান লাভ অসমৰ সিদ্ধাৰ্থ মালাকাৰৰ...  •  দেশৰ শীৰ্ষ ৫ ‘আৰ্ম ৰেছলাৰ’ৰ ভিতৰত স্থান লাভ অসমৰ সিদ্ধাৰ্থ মালাকাৰৰ...  •  ৰাজ্যত পুনৰ ২৯০০ জনৰ দেহত ধৰা পৰে কোভিড পজিটিভ, আক্ৰান্তৰ সংখ্যা ৬১,৭৩৭জনলৈ বৃদ্ধি...  •  প্ৰাক্তন ৰাষ্ট্ৰপতি প্ৰণৱ মুখাৰ্জীৰ মগজুৰ অস্ত্ৰোপচাৰ সম্পন্ন, ৰখা হৈছে ভেন্টিলেটৰ ছাপৰ্টত...  •  দূৰদৰ্শনত ‘শ্ৰীমন্ত শংকৰদেৱ’ ধাৰাবাহিকখনৰ সম্প্ৰচাৰ বন্ধৰ দাবী শ্ৰীমন্ত শংকৰদেৱ আন্তৰ্জাতিক মিছনৰ...  •  অসম সহ ৬ ৰাজ্যৰ বান পৰিস্থিতিৰ সন্দৰ্ভত মুখ্যমন্ত্ৰীৰে আলোচনা প্রধানমন্ত্ৰীৰ...  •  অসম সহ ৬ ৰাজ্যৰ বান পৰিস্থিতিৰ সন্দৰ্ভত মুখ্যমন্ত্ৰীৰে আলোচনা প্রধানমন্ত্ৰীৰ...  •  তেজপুৰ চিকিৎসা মহাবিদ্যালয় হাস্পতালত অঘটন! হঠাৎ ঢলি পৰি মৃত্যু কোৰোনা ৰোগীৰ...

ৰাজ্যত আৰম্ভ প্লাজমা থেৰাপী, জিএমচিএইচত থকা ২৮জন কোৰোনাক্ৰান্ত ৰোগীৰ অৱস্থা সংকটজনক…

804
  • ৰাজ্যত বৃহস্পতিবাৰৰ পৰা আৰম্ভ প্লাজমা থেৰাপী।
  • জিএমচিএইচৰ কোভিড হাস্পতালত আৰম্ভ হ’ল প্লাজমা থেৰাপী।
  • কোৰোনাত জটিলভাৱে আক্ৰান্ত এগৰাকী ৰোগীক দিয়া হৈছে প্লাজমা।
Image
  • ডাঃ লিথিকেশত প্লাজমাৰে আৰম্ভ হ’ল চিকিৎসা।
  • ইফালে, গুৱাহাটী মেডিকেল কলেজ হাস্পতালত থকা ৩০জন কোৰোনা ৰোগীৰ ২৮জনৰ অৱস্থা সংকটজনক।
  • এই কথা সদৰী কৰিলে স্বাস্থ্য মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই।
আপুনি পঢ়ি ভাল পাব পৰা বাতৰি