ৰাজ্যত আৰম্ভ প্লাজমা থেৰাপী, জিএমচিএইচত থকা ২৮জন কোৰোনাক্ৰান্ত ৰোগীৰ অৱস্থা সংকটজনক…

ৰাজ্যত আৰম্ভ প্লাজমা থেৰাপী, জিএমচিএইচত থকা ২৮জন কোৰোনাক্ৰান্ত ৰোগীৰ অৱস্থা সংকটজনক…
  • ৰাজ্যত বৃহস্পতিবাৰৰ পৰা আৰম্ভ প্লাজমা থেৰাপী।
  • জিএমচিএইচৰ কোভিড হাস্পতালত আৰম্ভ হ'ল প্লাজমা থেৰাপী।
  • কোৰোনাত জটিলভাৱে আক্ৰান্ত এগৰাকী ৰোগীক দিয়া হৈছে প্লাজমা।
  • ডাঃ লিথিকেশত প্লাজমাৰে আৰম্ভ হ'ল চিকিৎসা।
  • ইফালে, গুৱাহাটী মেডিকেল কলেজ হাস্পতালত থকা ৩০জন কোৰোনা ৰোগীৰ ২৮জনৰ অৱস্থা সংকটজনক।
  • এই কথা সদৰী কৰিলে স্বাস্থ্য মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in