শেহতীয়া খবৰ
মাৰ্ঘেৰিটাস্থিত জিইএল চাৰ্চত উত্তপ্ত পৰিস্থিতি  •  নসত্ৰত এহেজাৰ গছপুলি ৰোপণ কৰি প্লাষ্টিক বৰ্জনৰ আহ্বান ভাৰতীয় ষ্টেট বেংকৰ  •  অসম সাহিত্য সভাৰ ৭৫সংখ্যক শুৱালকুছি অধিবেশনত বৃন্দাবনী বস্ত্ৰ প্ৰদৰ্শন কৰিবলৈ আহ্বান মৃণালিনী দেৱীৰ  •  বৰ্ণিল সাংস্কৃতিক অনুষ্ঠানেৰে সামৰণি পৰিল বিধায়ক কাপ ক্ৰীড়া মহোৎসৱ-২০১৯, ঢকুৱাখনাৰ ক্ৰীড়া প্ৰতিভাক উজ্জীৱিত কৰাৰ প্ৰয়াস...  •  বৰ্ণিল সাংস্কৃতিক অনুষ্ঠানেৰে সামৰণি পৰিল বিধায়ক কাপ ক্ৰীড়া মহোৎসৱ-২০১৯, ঢকুৱাখনাৰ ক্ৰীড়া প্ৰতিভাক উজ্জীৱিত কৰাৰ প্ৰয়াস...  •  টংলা আঞ্চলিক ছাত্ৰ সন্থাৰ অভিনন্দন অনুষ্ঠান, বৃত্তিগতভাৱে সফল ব্যক্তি হোৱাৰ পূৰ্বে ভাল মানুহ হোৱাৰ আহ্বান...  •  নগাঁৱৰ টেঙাপানী বনভোজস্থলীত ভয়ংকৰ পৰিৱেশ, পানীৰ মাজত আবদ্ধ বিলাসী বাহন, VIDEO  •  হাউডী মোডী অনুষ্ঠানত উপস্থিত মাৰ্কিন ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্প...  •  চৌদী আৰৱৰ ৰাজকুমাৰৰ বিমানেৰে নিউয়ৰ্কত উপস্থিত পাক প্ৰধানমন্ত্ৰী ইমৰান খান...  •  হাউডী মোডীঃ হিউষ্টনৰ এন আৰ জি ষ্টেডিয়ামত উপস্থিত প্রধানমন্ত্ৰী মোডী... চাওঁক VIDEO

সাগৰৰ মাজত দুৰ্ঘটনাতপতিত বিমান, পানীৰ মাজৰ পৰাই পাইলটে কৰিলে VIDEO…

1,230

ডিজিটেল ডেস্কঃ আমেৰিকাত সংঘটিত হৈছে এক অদ্ভুত ঘটনা। যোৱা ২১ আগষ্টত উত্তৰ কেলিফৰ্ণিয়াত সংঘটিত হৈছিল এক বিমান দুৰ্ঘটনা। বিমানখন এখন সাগৰৰ মাজত দুৰ্ঘটনাতপতিত হৈছিল। দুৰ্ঘটনাৰ সময়ত এয়াৰকাফ্ট বিই-৩৬ নামৰ সৰু বিমানখনত আছিল এজন পাইলটৰ লগতে আন এজন যাত্ৰী।

সাগৰৰ পানীত ডুব যোৱা বিমানখনৰ পৰা প্ৰায় ৩০ মিনিটৰ যুজঁ-বাগৰৰ অন্তত বাহিৰলৈ সুকলমে ওলাই আহিবলৈ সক্ষম হয় পাইলটৰ সৈতে যাত্ৰীজন। ইয়াৰ পাছতে সাগৰৰ মাজতে পাইলটজনে দুৰ্ঘটনাস্থলীৰ সমগ্ৰ দৃশ্য ভিডিঅ কৰি আপলোড কৰে ছচিয়েল মিডিয়াত।

দুৰ্ঘটনাৰ সময়ত পাইলটজনৰ এই কাণ্ডক বহুতে সমালোচনা কৰাৰ বিপৰীতে বহুতে তেওৰ এই কাৰ্যক সাহসীকতাৰ কাৰ্য বুলি মন্তব্য কৰে।

আপুনি পঢ়ি ভাল পাব পৰা বাতৰি