শেহতীয়া খবৰ
নাগালেণ্ডৰ ছুমুকেডিমাত এল.পি.জি. বটলিঙৰ প্লাণ্ট উদ্বোধন মন্ত্ৰী ৰামেশ্বৰ তেলীৰ...  •  শিলচৰত উদ্ধাৰ ড্ৰাগছঃ এজনক আটক...  •  সোণাৰিত উদ্ধাৰ অবৈধ মাৰনাস্ত্ৰ...  •  ভাৰত–বাংলাদেশ সীমান্তৰ কাঁইটীয়া তাৰৰ সিপাৰৰ ভোগডাঙাত 'আজাদী কা অমৃত মহোৎসৱ'ৰ কাৰ্যসূচী...  •  আজাদী কা অমৃত মহোৎসৱ উপলক্ষে ফুলগুৰিত "কনকলতা" প্ৰদৰ্শন...  •  স্বাধীনতাৰ অমৃত মহোৎসৱ উপলক্ষে মথুৰাপুৰ চুকাফা পঞ্চায়তত শোভাযাত্ৰা...  •  হাৰমতী ডুবিত পথ দুৰ্ঘটনাঃ নিহত মটৰ চাইকেল আৰোহী...  •  অসুস্থ শৃংখল চলিহাঃ আই চি ইউত চিকিৎসাধীন...  •  ধেমাজি জিলা প্ৰশাসনৰ দ্বাৰা ত্ৰিৰংগ সমদল, চিত্ৰাংকন প্ৰতিযোগিতা...  •  স্বাধীনতাৰ অমৃত মহোৎসৱৰ মাজতে ১৪ আগষ্টত বিভাজন বিভীষিকা স্মৃতি দিৱস পালনৰ আহ্বান চৰকাৰৰ...

বানপানীৰ স্থায়ী সমাধানৰ বাবে গুৱাহাটী উচ্চ ন্যায়ালয়ত পি আই এল…

  • বানপানীৰ স্থায়ী সমাধানৰ বাবে গুৱাহাটী উচ্চ ন্যায়ালয়ত ৰাজহুৱা স্বাৰ্থ জড়িত আৱেদন।
  • অধিবক্তা সন্দীপ চমৰিয়াই দাখিল কৰিলে এই আৱেদন।
  • অসমৰ বানপানীক ৰাষ্ট্রীয় দুৰ্যোগ হিচাপে গণ্য কৰিবলৈ আবেদন।
  • চৰকাৰী আঁচনিৰ জৰিয়তে বানাক্রান্তক সাহায্যৰ বাবে আবেদন।
  • শীঘ্রে বানে ভঙা মথাউৰি আদি মেৰামতি কৰি বন্যাৰ্তক সকাহ দিবলৈও আহ্বান।
  • প্রথম শুনানিত উচ্চ ন্যায়ালয়ে চৰকাৰলৈ জাৰি কৰিছে জাননী।
  • গোচৰটোৰ পৰৱৰ্তী শুনানিৰ দিন ২৫ জুলাই নিৰ্ধাৰণ।