বানপানীৰ স্থায়ী সমাধানৰ বাবে গুৱাহাটী উচ্চ ন্যায়ালয়ত পি আই এল…

বানপানীৰ স্থায়ী সমাধানৰ বাবে গুৱাহাটী উচ্চ ন্যায়ালয়ত পি আই এল…
  • বানপানীৰ স্থায়ী সমাধানৰ বাবে গুৱাহাটী উচ্চ ন্যায়ালয়ত ৰাজহুৱা স্বাৰ্থ জড়িত আৱেদন।
  • অধিবক্তা সন্দীপ চমৰিয়াই দাখিল কৰিলে এই আৱেদন।
  • অসমৰ বানপানীক ৰাষ্ট্রীয় দুৰ্যোগ হিচাপে গণ্য কৰিবলৈ আবেদন।
  • চৰকাৰী আঁচনিৰ জৰিয়তে বানাক্রান্তক সাহায্যৰ বাবে আবেদন।
  • শীঘ্রে বানে ভঙা মথাউৰি আদি মেৰামতি কৰি বন্যাৰ্তক সকাহ দিবলৈও আহ্বান।
  • প্রথম শুনানিত উচ্চ ন্যায়ালয়ে চৰকাৰলৈ জাৰি কৰিছে জাননী।
  • গোচৰটোৰ পৰৱৰ্তী শুনানিৰ দিন ২৫ জুলাই নিৰ্ধাৰণ।

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in