শেহতীয়া খবৰ
বিভিন্ন দাবী আৰু শ্ৰম বিৰোধী নীতিৰ বিৰুদ্ধে মধ্যাহ্ন ভোজন কৰ্মচাৰীৰ তীব্ৰ প্ৰতিবাদ...  •  ১ ফেব্ৰুৱাৰীত অনুষ্ঠিত হ'ব উপ-পৰিদৰ্শক পদৰ শাৰীৰিক পৰীক্ষা...  •  ১ ফেব্ৰুৱাৰীত অনুষ্ঠিত হ'ব উপ-পৰিদৰ্শক পদৰ শাৰীৰিক পৰীক্ষা...  •  এ আই ইউ ডি এফৰ লগত হোৱা মিত্ৰতাই কংগ্ৰেছৰ একো ক্ষতি নকৰে : কংগ্ৰেছ নেতা অনিৰুদ্ধ সিং...  •  পুনেৰ চিৰাম ইনষ্টিটিউটৰ নিৰ্মাণৰত অট্টালিকাত অগ্নিকাণ্ড, নিহত পাঁচ গৰাকী...  •  ছয়গাঁৱৰ গৰৈমাৰীত তীৰখেলত ব্যৱহৃত সামগ্ৰী, নগদ ধনসহ আটক ২ জন...  •  পত্নীৰ সন্মুখতে লাঠীৰে কোৱাই কোৱাই হত্যা কৰিলে স্বামীক, আহত কেইবাজনো...  •  নগাঁও জিলাৰ চমুৱাগাঁওত ঋণগ্ৰস্ত কৃষিজীৱি আৰু শ্ৰমজীৱি মহিলাৰ অভিবৰ্তন...  •  ২৩-২৪ জানুৱাৰীত বিহপুৰীয়াত অসম বিজ্ঞান সমিতিৰ ৫৩ সংখ্যক অধিৱেশন...  •  অতীন দাসলৈ আগবঢ়োৱা হৈছে 'গণৰাজ্য দিৱস সাংবাদিকতা বঁটা ২০২১'...

অমিতাভ বচ্চনৰ মাত আৰু নুশুনে!…

100,331

ডিজিটেল ডেস্কঃ অমিতাভ বচ্চনৰ বিৰুদ্ধে দিল্লীৰ উচ্চ ন্যায়ালয়ত এখন আবেদন ( পিআইএল) দাখিল কৰা হৈছে। কোভিড-১৯ ৰ সজাগতা বৃদ্ধিৰ বাবে সম্প্ৰচাৰিত হোৱা অমিতাভ বচ্চনৰ কন্ঠৰ কলাৰ টিউন আঁতৰাবলৈ দিল্লী উচ্চ ন্যায়ালয়ত দাখিল কৰা হৈছে এই আবেদনখন।

উচ্চতম ন্যায়ালয়ে এই সন্দৰ্ভত ৰায় প্ৰদান কৰা পিছতে ঠিৰাং হ’ব মোবাইলৰ ৰিংটনত অভিতাভ বচ্চনৰ কোভিড বিষয়ক সচেতনামূলক বিজ্ঞাপনৰ গুৰু গম্ভীৰ কন্ঠ আৰু শুনিবলৈ পোৱা যাৱনে নাই।

উল্লেখ্য যে, স্বাস্থ্য মন্ত্ৰালয়ৰ তথ্য অনুসৰি বৃহস্পতিবাৰে দেশত কোভিডত আক্ৰান্ত হোৱা ৰোগীৰ সংখ্যা বুধবাৰ তুলনাত ১২ শতাংশ অধিক । অন্যহাতে দেশত নতুন কোৰোনা ভাইৰাছত আক্ৰান্ত ৰোগীৰ সংখ্যা বৰ্তমানে ৭৩ জনলৈ বৃদ্ধি পাইছে।

আপুনি পঢ়ি ভাল পাব পৰা বাতৰি