জনসাধাৰণক মাধমাৰ, বৃদ্ধি পেট্ৰ’ল-ডিজেলৰ মূল্য

জনসাধাৰণক মাধমাৰ, বৃদ্ধি পেট্ৰ’ল-ডিজেলৰ মূল্য
  • শুকুৰবাৰে বৃদ্ধি পালে পেট্ৰ'ল-ডিজেলৰ মূল্য।
  • প্ৰতিলিটাৰ পেট্ৰ'লত ১৯ পইচা আৰু ডিজেলত ২৮ পইচাকৈ বৃদ্ধি ।
  • ইণ্ডিয়ান অইলৰ ৱেবচাইট অনুসৰি বৃহস্পতিবাৰে প্ৰতি লিটাৰ পেট্ৰলৰ মূল্য ৬৯.০৭ টকা হোৱাৰ বিপৰীতে ডিজেলৰ মূল্য ৬২.৮১ টকা ।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in