চিন্তাৰ কাৰণ নাই! গুৱাহাটীৰ চালকসকলৰ বাবে এটা ভাল খবৰ

চিন্তাৰ কাৰণ নাই! গুৱাহাটীৰ চালকসকলৰ বাবে এটা ভাল খবৰ
  • তেলডিপো বন্ধৰ কাৰ্যসূচী প্ৰত্যাহাৰ।
  • গুৱাহাটীত সোমবাৰে গ্ৰাহকে পাব পেট্ৰ'ল আৰু ডিজেল।
  • নৰ্থইষ্ট ইণ্ডিয়া পেট্ৰ'লিয়াম ডিলাৰ এছ'চিয়েচনে বিভিন্ন দাবীত সোমবাৰে পুৱা ৫ বজাৰ পৰা গুৱাহাটী মহানগৰীত তেলডিপো বন্ধ ৰখাৰ সিদ্ধান্ত লৈছিল।
  • অইল মাৰ্কেটিং কোম্পানীয়ে তেওঁলোকৰ দাবী সমূহ গুৰুত্ব নিদিয়াৰ অভিযোগ কৰিছিল।
  • অৱশেষত প্ৰত্যাহাৰ কৰা হ'ল সেই সিদ্ধান্ত।
  • ২৬ তাৰিখে পুৱা ৫বজাৰ পৰাহে গুৱাহাটীত তেলডিপো খোলাৰ সিদ্ধান্ত লৈছিল।
  • ৭ দিনলৈ স্থগিত ৰাখিলে বন্ধৰ সিদ্ধান্ত।

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in