শেহতীয়া খবৰ
সোমবাৰে পুৱাৰে পৰা বিটিএডি অঞ্চলত উৰিল বগা পতাকা  •  UTC বাতিলৰ দাবীত বিটিএডি বন্ধৰ আহ্বান, ৰাজপথত টায়াৰ জ্বলাই প্ৰতিবাদ...  •  গণৰাজ্য দিৱসৰ পতাকা উত্তোলন কৰাৰ পাছতেই ৮ বছৰে বিনা বেতনেৰে কাম কৰা ডাবিডুবিৰ সূতাকলৰ ৮ চাকৰিয়ালে ল'লে অৱসৰ, VIDEO  •  চৌদী আৰবত অসমীয়া যুৱকক তালীবানী শাস্তি, VIDEO...  •  অনিৰ্দিষ্টকাললৈ বন্ধৰ আহ্বান কাৰ...  •  এপ’ল’ ইন্টাৰনেশ্যনেল হাস্পতালত সংকটজনক অৱস্থাত চিকিৎসাধীন মোৰাঝাৰৰ সাংবাদিক তাজুদ্দিন...  •  দৰং জিলাৰ বাহমোল্লা প্ৰাথমিক বিদ্যালয়ে অতিক্ৰম কৰিলে শতবৰ্ষ, VIDEO  •  গণৰাজ্য দিৱসত ‘মন কী বাত’ৰ জৰিয়তে কি ক’লে প্ৰধানমন্ত্ৰী মোডীয়ে...  •  দুদিনৰ বাবে চিআইডিৰ জিম্মালৈ যুৱ কংগ্ৰেছৰ সভাপতি কামৰুল ইছলাম চৌধুৰী  •  নলবাৰীত ৭১ সংখ্যক গণৰাজ্য দিৱসত পতাকা উত্তোলন মন্ত্ৰী ভৱেশ কলিতাৰ

চিন্তাৰ কাৰণ নাই! গুৱাহাটীৰ চালকসকলৰ বাবে এটা ভাল খবৰ

1,948
  • তেলডিপো বন্ধৰ কাৰ্যসূচী প্ৰত্যাহাৰ।
  • গুৱাহাটীত সোমবাৰে গ্ৰাহকে পাব পেট্ৰ’ল আৰু ডিজেল।
  • নৰ্থইষ্ট ইণ্ডিয়া পেট্ৰ’লিয়াম ডিলাৰ এছ’চিয়েচনে বিভিন্ন দাবীত সোমবাৰে পুৱা ৫ বজাৰ পৰা গুৱাহাটী মহানগৰীত তেলডিপো বন্ধ ৰখাৰ সিদ্ধান্ত লৈছিল।
  • অইল মাৰ্কেটিং কোম্পানীয়ে তেওঁলোকৰ দাবী সমূহ গুৰুত্ব নিদিয়াৰ অভিযোগ কৰিছিল।
  • অৱশেষত প্ৰত্যাহাৰ কৰা হ’ল সেই সিদ্ধান্ত।
  • ২৬ তাৰিখে পুৱা ৫বজাৰ পৰাহে গুৱাহাটীত তেলডিপো খোলাৰ সিদ্ধান্ত লৈছিল।
  • ৭ দিনলৈ স্থগিত ৰাখিলে বন্ধৰ সিদ্ধান্ত।
আপুনি পঢ়ি ভাল পাব পৰা বাতৰি