কোকৰাঝাৰত পেট্ৰ’ল পাম্পত লুণ্ঠন অস্ত্ৰধাৰী দুৰ্বৃত্তৰ

কোকৰাঝাৰত পেট্ৰ’ল পাম্পত লুণ্ঠন অস্ত্ৰধাৰী দুৰ্বৃত্তৰ
  • কোকৰাঝাৰৰ অস্ত্ৰধাৰী দুৰ্বৃত্তৰ তাণ্ডৱ।
  • জিলাখনৰ শ্যামগাঁৱত তেল ডিপোৰ পৰা দুৰ্বৃত্তই লুটিলে ৬.৭৫ লাখ টকা।
  • ঘটনাক কেন্দ্ৰকৰি সমগ্র অঞ্চকত সৃষ্টি হৈছে তীব্ৰ চাঞ্চল্য।
  • ডিপোটোৰ স্বত্বাধিকাৰ মুনমুন ব্ৰহ্মই ইতিমধ্যে থানাত ৰুজু কৰিছে গোচৰ।
  • মুনমুন ব্ৰহ্ম বিটিচি প্ৰধান হাগ্ৰামা মহিলাৰীৰ পত্নীৰ ভাতৃ।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in