শেহতীয়া খবৰ
কলিয়াবৰত মন্ত্ৰী কেশৱ মহন্তই বিতৰন কৰিলে ৰাষ্ট্ৰীয় পতাকা...  •  বিহপুৰীয়াত মন্ত্ৰী ৰঞ্জিত কুমাৰ দাসে উদ্বোধন কৰিলে ৰুৰবান মিচনৰ আচঁনি...  •  ঢকুৱাখনাত মহিলা সন্ধানহীন...  •  ধেমাজিৰ বি. চি কেয়াৰ চিকিৎসালয়ৰ প্ৰেক্ষাগৃহত ৫ খন কাব্য সংকলন উন্মোচন...  •  পলাশবাৰীৰ চিয়াঁহী উদ্যোগত বিধ্বংসী অগ্নিকাণ্ড...  •  মৈৰাবাৰীত অবৈধ বিলাতী সুৰা জব্দ...  •  কামপুৰত ৰাজু সমীৰণৰ “ জলপ্ৰলয় “ উন্মোচন...  •  টিপং কয়লাখনিৰ কেইবা কোটি মূল্যৰ লোহা চুৰিঃ লুটপাত ৰোধিব নোৱাৰা আৰক্ষীৰ সাংবাদিকৰ ওপৰতহে বিৰূপ মন্তব্য...  •  শিৱসাগৰত ৰাইজৰ দলৰ বৃহৎ যোগদান সমাৰোহঃ পঞ্চায়ত নিৰ্বাচনত প্ৰতিদ্বন্দিতা কৰাৰ কথা ঘোষণা...  •  কবিতা ১২/ সহস্ৰ গাঁঠিৰ বান্ধ

মহানগৰবাসীৰ বাবে ভাল খবৰঃ খোলা থাকিব পেট্ৰ’ল পাম্প…

  • মহানগৰবাসীৰ বাবে এটা ভাল খবৰ।
  • চিন্তাৰ কোনো কাৰণ নাই।
  • ২২ অক্টোবৰত পাব পেট্ৰ’ল পাম্পসমূহ খোলা।
  • পেট্ৰ’ল পাম্প বন্ধৰ সিদ্ধান্ত প্ৰত্যাহাৰ কৰা হৈছে।
  • পেট্ৰ’লিয়াম পাম্প এছ’চিয়েশ্যনে গ্ৰহণ কৰিছে এই সিদ্ধান্ত।
  • তেওঁলোকৰ বিভিন্ন দাবীত ৪৮ ঘন্টাৰ বাবে পেট্ৰ’ল পাম্প বন্ধৰ কাৰ্যসূচী ঘোষণা কৰিছিল গুৱাহাটীত।
  • কামৰূপ মেট্ৰ’ৰ উপায়ুক্ত বিশ্বজিৎ পেগুৰে হোৱা আলোচনামৰ্মে এই সিদ্ধান্ত প্ৰত্যাহাৰ কৰা হৈছে।