মহানগৰবাসীৰ বাবে ভাল খবৰঃ খোলা থাকিব পেট্ৰ’ল পাম্প…

মহানগৰবাসীৰ বাবে ভাল খবৰঃ খোলা থাকিব পেট্ৰ’ল পাম্প…
  • মহানগৰবাসীৰ বাবে এটা ভাল খবৰ।
  • চিন্তাৰ কোনো কাৰণ নাই।
  • ২২ অক্টোবৰত পাব পেট্ৰ'ল পাম্পসমূহ খোলা।
  • পেট্ৰ'ল পাম্প বন্ধৰ সিদ্ধান্ত প্ৰত্যাহাৰ কৰা হৈছে।
  • পেট্ৰ'লিয়াম পাম্প এছ'চিয়েশ্যনে গ্ৰহণ কৰিছে এই সিদ্ধান্ত।
  • তেওঁলোকৰ বিভিন্ন দাবীত ৪৮ ঘন্টাৰ বাবে পেট্ৰ'ল পাম্প বন্ধৰ কাৰ্যসূচী ঘোষণা কৰিছিল গুৱাহাটীত।
  • কামৰূপ মেট্ৰ'ৰ উপায়ুক্ত বিশ্বজিৎ পেগুৰে হোৱা আলোচনামৰ্মে এই সিদ্ধান্ত প্ৰত্যাহাৰ কৰা হৈছে।

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in