বন্ধৰ প্ৰভাৱ পৰিছে মহানগৰীৰ পেট্ৰ’ল পাম্প সমূহতো, বন্ধ আছে মহানগৰীৰ সকলো পেট্ৰ’ল পাম্প

বন্ধৰ প্ৰভাৱ পৰিছে মহানগৰীৰ পেট্ৰ’ল পাম্প সমূহতো, বন্ধ আছে মহানগৰীৰ সকলো পেট্ৰ’ল পাম্প
  • সমগ্ৰ ৰাজ্যৰ লগতে বন্ধৰ প্ৰভাৱ পৰিছে মহানগৰীৰ পেট্ৰ'ল পাম্প সমূহতো।
  • আজি পুৱাৰে পৰা বন্ধ আছে মহানগৰীৰ সকলো পেট্ৰ'ল পাম্প।
  • স্বত:স্ফুতভাৱে বন্ধৰ প্ৰতি সমৰ্থন জনাই পেট্ৰ'ল পাম্প সমূহ বন্ধ ৰখা হৈছে।
  • মহানগৰীৰ লগতে ৰাজ্যৰ ভিন্ন প্ৰান্তত বন্ধ আছে পেট্ৰ'ল পাম্প সমূহ।

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in