শেহতীয়া খবৰ
যোৰাবাটৰ ন মাইলত ৰাজপথত দাউদাউকৈ জ্বলিল দুখনকৈ ট্ৰাক  •  শোণিতপুৰত প্ৰথম পৰ্যায়ৰ পঞ্চায়ত নিৰ্বাচনৰ চূড়ান্ত প্রাৰ্থীৰ তালিকা প্ৰকাশ  •  জাগুনৰ অপহৰণ কাণ্ডৰ দায়িত্ব স্বীকাৰ আলফা স্বাধীনৰ  •  মধ্যপ্ৰদেশত ভয়াৱহ পথ দুৰ্ঘটনা, নিহত শিশুসহ ৯জন  •  নলবাৰী হৰিমন্দিৰত ২৩ নৱেম্বৰৰ পৰা ১৩দিনীয়া ৰাস মহোৎসৱ  •  শ্ৰীশ্ৰী বদলা পদ্মআতা সত্ৰত ৰাসোৎসৱৰ হীৰক জয়ন্তী বৰ্ষ, খোল-তালৰ ধ্বনিত মুখৰিত চৌদিশ  •  মহানগৰীত ৰড চুৰি কৰিবলৈ আহি আৰক্ষীৰ জালত ৪ চোৰ  •  আক্ৰাছুৰ অসম বন্ধক লৈ বাক্সাৰ গুৱাবাৰীত উত্তেজনা  •  এন ই কে এছ চিৰ কোম্পানীৰ নামত ভুৱা ব্যৱসায় কৰি আৰক্ষীৰ জালত চৌকত আলী  •  মানকাচৰত নিৰ্বাচনী বতাহ, দলীয় বিসম্বাদ আৰু দল বাগৰা ৰাজনীতিৰ মাজতে শক্তিশালী নিৰ্দলীয় প্ৰাৰ্থী

পেট্ৰ’ল-ডিজেলৰ মূল্যবৃদ্ধি অব্যাহত

215

ডিজিটেল ডেস্কঃ চেঞ্চুৰীৰ দিশে আগবাঢ়িছে পেট্ৰ’ল-ডিজেলৰ মূল্য। কংগ্ৰেছৰ ভাৰত বন্ধয়ো ৰোধিব নোৱাৰিলে পেট্ৰ’ল-ডিজেলৰ মুল্যবৃদ্ধি। বিগত কেইটামান দিনৰ দৰে মঙলবাৰেও বাঢ়িল পেট্ৰ’ল-ডিজেলৰ মূল্য।

গুৱাহাটীত আজি প্ৰতিলিটাৰ পেট্ৰলত ১৫ পইচা বৃদ্ধি হৈ ৮৩.২৬ টকা হোৱাৰ বিপৰীতে প্ৰতিলিটাৰ ডিজেলত ১২ পইচাকৈ বৃদ্ধি হৈ ৭৬.২৯ টকা হয়গৈ।

ইফালে, দিল্লীত মঙলবাৰে পেট্ৰ’লৰ মূল্য প্ৰতি লিটাৰত বৃদ্ধি পালে ০.১৪টকা। পেট্ৰ’লৰ মূল্য ৰাজধানী চহৰখনত ৮০.৮৭টকা হোৱাৰ বিপৰীতে ডিজেলৰ মূল্য প্ৰতিলিটাৰত ৭২.৯৭টকা হৈছে।

মুম্বাইত পেট্ৰ’লৰ মূল্য প্ৰতি লিটাৰত মঙলবাৰে হ’লগৈ ৮৬.২৬টকা আৰু ডিজেলৰ মূল্য ০.১৫টকা প্ৰতিলিটাৰত বৃদ্ধি হৈ ৭৭.৪৭টকা হয়গৈ।

আপুনি পঢ়ি ভাল পাব পৰা বাতৰি