পুনৰ পেট্ৰ’ল-ডিজেলৰ মূল্যবৃদ্ধি

পুনৰ পেট্ৰ’ল-ডিজেলৰ মূল্যবৃদ্ধি
  • দেওবাৰে পুনৰ বৃদ্ধি পালে পেট্ৰ'ল-ডিজেলৰ মূল্য।
  • দিল্লীত প্ৰতি লিটাৰ পেট্ৰ'লত বৃদ্ধি হ'ল ০.২৮ টকাকৈ।
  • ইফালে, ০.১৮টকাকৈ বৃদ্ধি প্ৰতিলিটাৰ ডিজেলত।
  • বৰ্তমান দিল্লীত পেট্ৰ'লৰ প্ৰতিলিটাৰত ৮১.৯১ টকা হোৱাৰ বিপৰীতে ডিজেলৰ মূল্য প্ৰতি লিটাৰত হৈছেগৈ ৭৩.৭২টকা।
  • মুম্বাইতো বৃদ্ধি পালে পেট্ৰ'ল-ডিজেলৰ মূল্য।
  • মুম্বাইত প্ৰতিলিটাৰ পেট্ৰ'লৰ মূল্য ৮৯.২৯টকা (বৃদ্ধি পালে ০.২৮ টকা)।
  • আনহাতে ডিজেলৰ প্ৰতিলিটাৰৰ মূল্য ৭৮.২৬টকা (বৃদ্ধি পালে ০.১৯ টকা।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in