অর্থনীতিমুখ্য-পৃষ্ঠা বৃদ্ধি পালে পেট্ৰ’লৰ মূল্য… অসমীয়া প্ৰতিদিন ৰ দ্বাৰা Jul 15, 2019 ত শেষ সম্পাদনা কৰা হৈছে 330 শ্বেয়াৰ কৰক ধাৰাবাহিকভাৱে দ্বিতীয় দিনাও বৃদ্ধি পালে পেট্ৰ’লৰ মূল্য।প্ৰতিলিটাৰ পেট্ৰ’লত ১৭ পইচাকৈ মূল্যবৃদ্ধি।দেওবাৰে প্ৰতিলিটাৰ পেট্ৰলত ২৬ পইচাকৈ বৃদ্ধি পাইছিল মূল্য।আনহাতে বৃদ্ধি হোৱা নাই ডিজেলৰ মূল্য। 330 শ্বেয়াৰ কৰক