পুনৰ বৃদ্ধি পালে পেট্ৰ’লৰ মূল্য

ফাইল ফটো
ফাইল ফটো
  • ৫ৰাজ্যৰ বিধানসভা নিৰ্বাচনৰ ফলাফল ঘোষণাৰ পিছতে পুনৰ বৃদ্ধি পালে পেট্ৰ'লৰ মূল্য।
  • গুৱাহাটীত শনিবাৰে পেট্ৰ'লৰ মূল্য ৫ পইচাকৈ বৃদ্ধি।
  • শনিবাৰে প্ৰতিলিটাৰ পেট্ৰ'লৰ মূল্য হৈছেগৈ ৬৯.৭৮ টকা।
  • শুকুৰবাৰেও বৃদ্ধি পাইছিল পেট্ৰ'লৰ মূল্য।
  • পেট্ৰ'লৰ দাম বৃদ্ধি হোৱাৰ বিপৰীতে শনিবাৰে হ্ৰাস পালে ডিজেলৰ মূল্য।
  • প্ৰতিলিটাৰ ডিজেলত আজি হ্ৰাস পালে ৭ পইচা।
  • আজিৰ দিনটোত মহানগৰীত প্ৰতি লিটাৰ ডিজেলৰ মূল্য ৬৪.৮৫ টকা।
  • শুকুৰবাৰেও ৮ পইচাকৈ হ্ৰাস পাইছিল ডিজেলৰ দাম।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in