Published on:
Updated on:
- আন্তঃৰাষ্ট্ৰীয় বজাৰত সৰ্বোচ্চ হৈছে খাৰুৱা তেলৰ মূল্য।
- যাৰ প্ৰভাৱ পৰিছে ভাৰততো।
- দিল্লীত যোৱা দুটা দিনত পেট্ৰ'ল-ডিজেলৰ মূল্য প্ৰতিলিটাৰত বৃদ্ধি পাইছে ০.৩৯ টকা।
- বৰ্তমান ৰাজধানী চহৰখনত প্ৰতিলিটাৰ পেট্ৰ'লত ৭২.৪২ টকা আৰু ডিজেলত ৬৮.৮১ টকা হৈছেগৈ প্ৰতিলিটাৰত।
- বুধবাৰে দিল্লী, মুম্বাই, কলকাতা আৰু চেন্নাইত বৃদ্ধি পাইছে পেট্ৰ'লৰ মূল্য।
- বৰ্তমান চাৰিওখন মহানগৰীত পেট্ৰ'লৰ মূল্য প্ৰতিলিটাৰত ক্ৰমে- ৭২.৪২টকা, ৭৮.১০টকা, ৭৫.১৪টকা আৰু ৭৫.২৬টকা।
Code:
Asomiya Pratidin
www.asomiyapratidin.in