শেহতীয়া খবৰ
ৰহাত ট্ৰাকৰ খুন্দাত গুৰুতৰভাৱে আহত মহিলা...  •  অভয়াপুৰীত বিজেপিৰ কাৰ্যালয়ৰ সন্মুখতে আছুৱে জ্বলালে মোডী-সোণোৱালৰ প্ৰতিকৃতি... VIDEO  •  লখিমপুৰৰ বগীনদী সদৰত নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰুদ্ধে অৱস্থান ঘৰ্মঘট...  •  কটনিয়ানৰ আহ্বানত গুৱাহাটীত সমবেত হ'ল সহস্ৰাধিক কেব বিৰোধী ছাত্ৰ-ছাত্ৰী, শিক্ষাবিদ, বুদ্ধিজীৱী, সাংবাদিক, VIDEO  •  গেলাবিল আঞ্চলিক ছাত্ৰ সন্থাৰ বিক্ষোভ কাৰ্যসূচীঃ কেব গৃহীত কৰিলে সমগ্ৰ অসম জ্বলাৰ হুংকাৰ  •  মানকাচৰৰ ভাৰত-বাংলাদেশ সীমান্তত বিএছএফৰ গুলীত নিহত গৰু সৰবৰাহকাৰী  •  নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰোধিতাৰে দৰং জিলা সাহিত্য সভাৰ অবস্থান ধৰ্মঘট  •  বিশিষ্ট শিক্ষাবিদ, সমাজ সংস্কাৰক সত্যনাথ দাসৰ দেহাৱসান  •  হায়দৰাবাদৰ এনকাউণ্টাৰক লৈ নিজাববীয়াকৈ তদন্ত আৰম্ভ ৰাষ্ট্ৰীয় মানৱাধিকাৰ আয়োগৰ…  •  নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰোধিতা মমতা বেনাৰ্জীৰ, ক’লে...

বুধবাৰে বৃদ্ধি পালে ইন্ধনৰ মূল্য…

599
  • আন্তঃৰাষ্ট্ৰীয় বজাৰত সৰ্বোচ্চ হৈছে খাৰুৱা তেলৰ মূল্য।
  • যাৰ প্ৰভাৱ পৰিছে ভাৰততো।
  • দিল্লীত যোৱা দুটা দিনত পেট্ৰ’ল-ডিজেলৰ মূল্য প্ৰতিলিটাৰত বৃদ্ধি পাইছে ০.৩৯ টকা।
  • বৰ্তমান ৰাজধানী চহৰখনত প্ৰতিলিটাৰ পেট্ৰ’লত ৭২.৪২ টকা আৰু ডিজেলত ৬৮.৮১ টকা হৈছেগৈ প্ৰতিলিটাৰত।
  • বুধবাৰে দিল্লী, মুম্বাই, কলকাতা আৰু চেন্নাইত বৃদ্ধি পাইছে পেট্ৰ’লৰ মূল্য।
  • বৰ্তমান চাৰিওখন মহানগৰীত পেট্ৰ’লৰ মূল্য প্ৰতিলিটাৰত ক্ৰমে- ৭২.৪২টকা, ৭৮.১০টকা, ৭৫.১৪টকা আৰু ৭৫.২৬টকা।
আপুনি পঢ়ি ভাল পাব পৰা বাতৰি