হ্ৰাস পালে ইন্ধনৰ মূল্য

হ্ৰাস পালে ইন্ধনৰ মূল্য
  • শুকুৰবাৰে হ্ৰাস পালে ইন্ধনৰ মূল্য।
  • দিল্লীত প্ৰতিলিটাৰ পেট্ৰ'লত হ্ৰাস পালে ০.২৪ টকা।
  • ইফালে ডিজেলৰ প্ৰতিলিটাৰত হ্ৰাস ০.১০ টকা।
  • বৰ্তমান দিল্লীত পেট্ৰ'লৰ প্ৰতিলিটাৰত ৮২.৩৮ আৰু ডিজেলৰ প্ৰতিলিটাৰত ৭৫.৪৮ টকা হয়গৈ।
  • আনহাতে, মুম্বাইতো হ্ৰাস পালে পেট্ৰ'ল-ডিজেলৰ মূল্য।
  • প্ৰতিলিটাৰ পেট্ৰ'লত ০.২৪ টকা আৰু ডিজেলত ০.১১ টকা হ্ৰাস পায়।
  • বৰ্তমান মুম্বাইত প্ৰতিলিটাৰ পেট্ৰ'লৰ মূল্য ৮৭.৮৪ টকা আৰু প্ৰতিলিটাৰ ডিজেলৰ মূল্য ৭৯.১৩ টকা।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in