শেহতীয়া খবৰ
পুলৱামা কাণ্ডক লৈ ছ’চিয়েল মিডিয়াত ৰাজ্যপালৰ বিতৰ্কিত মন্তব্য  •  সাংস্কৃতিক কৰ্মী ভাস্কৰ দত্তৰ মৃত্যুত শিৱসাগৰত গভীৰ শোক  •  ডাইনী সন্দেহত কোকৰাঝাৰত একে পৰিয়ালৰ ৩ সদস্যক আক্ৰমণ  •  কেবিনেটৰ অনুমোদন, অতীত হ’ব তিনি তালাক  •  ডিব্ৰুগড়ৰ লক্ষীনগৰত ৰে’ল খুন্দাত নিহত মাতৃ-কন্যা  •  পুলৱামা ঘটনাক লৈ কি প্ৰতিক্ৰিয়া প্ৰতিৰক্ষা মন্ত্ৰীৰ  •  পুলৱামা ঘটনাক লৈ কি প্ৰতিক্ৰিয়া প্ৰতিৰক্ষা মন্ত্ৰীৰ  •  ৰাণা গোস্বামীক এ আই চি চিৰ সম্পাদক নিযুক্তি  •  কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰী সকলৰ বাবে সুখবৰ...  •  ডিব্ৰুগড়ৰ লক্ষীনগৰত ৰে’লৰ খুন্দাত প্ৰাণ গ’ল পাঁচ বছৰীয়া কন্যাৰ লগতে মাতৃৰ...

পুনৰ হ্ৰাস পালে পেট্ৰ’ল-ডিজেলৰ মূল্য

2,086
  • বৃহস্পতিবাৰে হ্ৰাস পালে পেট্ৰ’ল-ডিজেলৰ মূল্য।
  • মহানগৰীত প্ৰতিলিটাৰ পেট্ৰত হ্ৰাস পালে ০.৪২ টকা।
  • ডিজেলৰ প্ৰতিলিটাৰত হ্ৰাস পালে ০.৪৬ টকাকৈ।
  • বৰ্তমান গুৱাহাটী মহানগৰত প্ৰতিলিটাৰ পেট্ৰ’লৰ মূল্য ৭০.৭৭ টকা।
  • ইফালে, ডিজেলৰ প্ৰতিলিটাৰৰ মূল্য হয়গৈ ৬৬.৩৬ টকা।
আপুনি পঢ়ি ভাল পাব পৰা বাতৰি