দেওবাৰে বৃদ্ধি পালে পেট্ৰ’ল-ডিজেলৰ মূল্য…

প্ৰতিকী ফটো
প্ৰতিকী ফটো
  • দেওবাৰে বৃদ্ধি পালে পেট্ৰ'ল-ডিজেলৰ মূল্য।
  • দিল্লীত প্ৰতিলিটাৰ পেট্ৰ'লৰ মূল্য বৃদ্ধি পাই ০.২৩ টকা।
  • ডিজেলৰ প্ৰতিলিটাৰত বৃদ্ধি পাই ০.২৯ টকা।
  • বৰ্তমান দিল্লীত প্ৰতিলিটাৰ পেট্ৰ'লত ৭০.৯৫ টকা আৰু প্ৰতিলিটাৰ ডিজেলৰ মূল্য ৬৫.৪৫ টকা।
  • মুম্বাইতো বৃদ্ধি পাইছে ইন্ধনৰ মূল্য।
  • প্ৰতিলিটাৰ পেট্ৰ'লৰ মূল্য ৭৬.৫৮ টকা।
  • ইফালে ডিজেলৰ প্ৰতিলিটাৰৰ মূল্য হৈছেগৈ ৬৮.৫৩ টকা।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in