প্ৰতিকী ফটো
প্ৰতিকী ফটো

বৃদ্ধি পালে পেট্ৰ’ল-ডিজেলৰ মূল্য…

  • সোমবাৰে বৃদ্ধি পাল পেট্ৰ'ল-ডিজেলৰ মূল্য।
  • পেট্ৰ'লত প্ৰতিলিটাৰত ০.২০ টকা বৃদ্ধি।
  • ডিজেলত বৃদ্ধি পালে প্ৰতিলিটাৰত ০.১০ টকাকৈ।
  • সোমবাৰে গুৱাহাটী মহানগৰীত গ্ৰাহকে প্ৰতিলিটাৰ পেট্ৰ'লত ব্যয় কৰিব লাগিব ৬৯.৯৮ টকা।
  • ডিজেলৰ প্ৰতিলিটাৰত ব্যয় কৰিব লাগিব ৬৪.৮২ টকা।
  • উল্লেখ্য যে, দেওবাৰে গুৱাহাটীত প্ৰতিলিটাৰ পেট্ৰ'লৰ মূল্য ৬৯.৭৮ টকা আৰু ডিজেলৰ প্ৰতিলিটাৰৰ মূল্য ৬৪.৭২ টকা আছিল।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in