শেহতীয়া খবৰ
জুবিন গাৰ্গলৈ পুৰুষোত্তম দাস বঁটা...  •  মঙলবাৰে সন্ধিয়ালৈকে প্ৰকাশ পাব বিজেপি প্ৰাৰ্থীৰ প্ৰথমখন তালিকা...  •  মঙলবাৰে সন্ধিয়ালৈকে প্ৰকাশ পাব বিজেপি প্ৰাৰ্থীৰ প্ৰথমখন তালিকা...  •  মুখ খুলি নক’লেও বহু অসন্তুষ্টিত আছে কামাখ্যা প্ৰসাদ তাছা!  •  অন্তঃত এদিনৰ বাবে সকাহ…  •  গোৱালপাৰাত ৩দিনীয়া কাৰ্যসূচীৰে ৰাভা ছাত্ৰ সন্থাৰ দ্বাদশ দ্বি-বাৰ্ষিক অধিবেশন, VIDEO  •  যমদুৱাৰ বনভোজস্থলীত অঘটন, নদীত পৰি সন্ধানহীন অৰুণাচলৰ ছাত্ৰ...  •  চৰাইদেউত বিকল খোৱাপানী যোগান আঁচনি, ক্ষুব্ধ স্থানীয় ৰাইজ... VIDEO  •  নাজিৰাত দুৰ্বৃত্তই হত্যা কৰি মৃতদেহ পেলাই দিলে পুখুৰীত...  •  দিল্লীৰ বিবাহস্থলীত দুৰ্বৃত্তৰ গুলীবৰ্ষণ, গুৰুতৰভাৱে আহত এজন

বৃদ্ধি পালে পেট্ৰ’ল-ডিজেলৰ মূল্য…

1,335
  • সোমবাৰে বৃদ্ধি পাল পেট্ৰ’ল-ডিজেলৰ মূল্য।
  • পেট্ৰ’লত প্ৰতিলিটাৰত ০.২০ টকা বৃদ্ধি।
  • ডিজেলত বৃদ্ধি পালে প্ৰতিলিটাৰত ০.১০ টকাকৈ।
  • সোমবাৰে গুৱাহাটী মহানগৰীত গ্ৰাহকে প্ৰতিলিটাৰ পেট্ৰ’লত ব্যয় কৰিব লাগিব ৬৯.৯৮ টকা।
  • ডিজেলৰ প্ৰতিলিটাৰত ব্যয় কৰিব লাগিব ৬৪.৮২ টকা।
  • উল্লেখ্য যে, দেওবাৰে গুৱাহাটীত প্ৰতিলিটাৰ পেট্ৰ’লৰ মূল্য ৬৯.৭৮ টকা আৰু ডিজেলৰ প্ৰতিলিটাৰৰ মূল্য ৬৪.৭২ টকা আছিল।
আপুনি পঢ়ি ভাল পাব পৰা বাতৰি