পুনৰ হ্ৰাস পালে পেট্ৰ’ল-ডিজেলৰ মূল্য

  • পুনৰ হ্ৰাস পালে পেট্ৰ'ল-ডিজেলৰ মূল্য।
  • শুকুৰবাৰে দিল্লীত প্ৰতিলিটাৰ পেট্ৰ'লত হ্ৰাস হয় ০.১৮ টকা।
  • ইফালে ডিজেলৰ প্ৰতিলিটাৰত ০.১৬ টকা হ্ৰাস।
  • বৰ্তমান দিল্লী পেট্ৰ'লৰ প্ৰতিলিটাৰত ৭৭১০ টকা হোৱাৰ বিপৰীতে ডিজেলৰ প্ৰতিলিটাৰৰ মূল্য ৭১.৯৩ টকা।
  • মুম্বাইতো হ্ৰাস পাইছে ইন্ধনৰ মূল্য।
  • মুম্বাইত প্ৰতিলিটাৰ পেট্ৰ'লৰ মূল্য ৮২.৬২ টকা আৰু ডিজেলৰ প্ৰতিলিটাৰৰ মূল্য ৭৫.৩৬ টকা।

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in