পুনৰ হ্ৰাস পালে পেট্ৰ’ল-ডিজেলৰ মূল্য

পুনৰ হ্ৰাস পালে পেট্ৰ’ল-ডিজেলৰ মূল্য
  • বৃহস্পতিবাৰে হ্ৰাস পালে পেট্ৰ'ল-ডিজেলৰ মূল্য।
  • দিল্লীত প্ৰতিলিটাৰ পেট্ৰ'লত হ্ৰাস হয় ০.১৫ টকা।
  • ইফালে ডিজেলৰ প্ৰতিলিটাৰত ০.১০ টকা হ্ৰাস।
  • বৰ্তমান দিল্লী পেট্ৰ'লৰ প্ৰতিলিটাৰত ৭৭.২৮ টকা আৰু ডিজেলৰ প্ৰতিলিটাৰৰ মূল্য ৭২.০৯ টকা।
  • মুম্বাইতো হ্ৰাস পাইছে ইন্ধনৰ মূল্য।
  • মুম্বাইত প্ৰতিলিটাৰ পেট্ৰ'লৰ মূল্য ৮২.৮০ টকা হোৱাৰ বিপৰীতে ডিজেলৰ প্ৰতিলিটাৰৰ মূল্য ৭৫.৫৩ টকা।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in