দেওবাৰে হ্ৰাস পালে ইন্ধনৰ মূল্য

ফাইল ফটো
ফাইল ফটো
  • দেওবাৰে হ্ৰাস পালে পেট্ৰ'ল-ডিজেলৰ মূল্য।
  • দিল্লীত প্ৰতিলিটাৰ পেট্ৰ'লত হ্ৰাস পালে ০.১৬ টকা।
  • ইফালে ডিজেলৰ প্ৰতিলিটাৰত হ্ৰাস পালে ০.১২ টকা।
  • বৰ্তমান দিল্লীত পেট্ৰ'লৰ প্ৰতিলিটাৰত ৭৭.৭৩ আৰু ডিজেলৰ প্ৰতিলিটাৰত ৭২.৪৬ টকা হয়গৈ।
  • আনহাতে, মুম্বাইতো হ্ৰাস পালে পেট্ৰ'ল-ডিজেলৰ মূল্য।
  • প্ৰতিলিটাৰ পেট্ৰ'লত ০.১৬ টকা আৰু ডিজেলত ০.১২ টকা হ্ৰাস পায়।
  • মুম্বাইত প্ৰতিলিটাৰ পেট্ৰ'লৰ মূল্য ৮৩.২৪ টকা আৰু প্ৰতিলিটাৰ ডিজেলৰ মূল্য ৭৫.৯২ টকা।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in