আজি পেট্ৰ’ল-ডিজেলৰ দাম কিমান, জানক…

প্ৰতিকী ফটো
প্ৰতিকী ফটো
  • আজি পুনৰ বৃদ্ধি পালে পেট্ৰ'লৰ দাম।
  • প্ৰতিলিটাৰ পেট্ৰ'লত বৃদ্ধি পালে ৮ পইচাকৈ।
  • গুৱাহাটীত আজি প্ৰতিলিটাৰ পেট্ৰ'লৰ দাম ৭২.২০ টকা।
  • তাৰ বিপৰীতে হ্ৰাস পালে ডিজেলৰ মূল্য।
  • প্ৰতিলিটাৰ ডিজেলত আজি হ্ৰাস পালে ০৭ পইচাকৈ।
  • প্ৰতিলিটাৰ ডিজেলৰ দাম গুৱাহাটীত ৬৭.৬৮ টকা।

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in