দেশজুৰি পেট্ৰ’ল-ডিজেলৰ মূল্যবৃদ্ধি অব্যাহত

দেশজুৰি পেট্ৰ’ল-ডিজেলৰ মূল্যবৃদ্ধি অব্যাহত
  • অব্যাহত আছে পেট্ৰ'ল-ডিজেলৰ মূল্যবৃদ্ধি।
  • আজি দিল্লীত প্ৰতি লিটাৰ পেট্ৰ'লৰ মূল্য ৮১ টকা।
  • ০.১৩টকা বাঢ়িল প্ৰতি লিটাৰ পেট্ৰ'লত।
  • দিল্লীত ডিজেলৰ মূল্য বৃহস্পতিবাৰে হ'লগৈ ৭৩.০৮টকা।
  • প্ৰতি লিটাৰ ডিজেলত বৃদ্ধি পালে ০.১১টকা।
  • মুম্বাইত প্ৰতি লিটাৰ পেট্ৰ'লৰ মূল্য ০.১৩টকা বৃদ্ধি হৈ হ'লগৈ ৮৮.৩৯টকা।
  • মুম্বাইত ডিজেলৰ মূল্য বৃদ্ধি পালে প্ৰতি লিটাৰত ০.১১টকা।
  • মুম্বাইত আজি ডিজেলৰ মূল্য প্ৰতি লিটাৰত হ'লগৈ ৭৭.৫৮টকা।

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in