শেহতীয়া খবৰ
ধুবুৰীত বিএছএফ চোৰাংচোৱাৰ ড্ৰাগছৰ বিৰুদ্ধে অভিযান  •  হিজবুলৰে সম্পৰ্কৰ সন্দেহত আটক কৰা ৩ যুৱকক মুকলি হোজাই আৰক্ষীৰ  •  মোবাইল প্ৰেমে চেৰ পেলালে সন্তানপ্ৰেমক!  •  প্ৰয়োজন হ’লে ন্যায়াধীশ দম্পত্তিৰ বিৰুদ্ধেও হ’ব তদন্ত, এপিএছচি কেলেংকাৰীৰ সন্দৰ্ভত কুলধৰ শইকীয়াৰ মন্তব্য  •  ২০ এপ্ৰিলত মই কল্পনা লাজমীক শেষবাৰৰ বাবে লগ পাইছিলোঃ কমল কটকী  •  নগাঁৱৰ জুৰীয়াত পানীত পৰি এটি শিশুৰ মৃত্যু  •  তিনিচুকীয়াত ৪ সন্দেহযুক্ত নাগৰিকক আটক  •  বৰপেটাত হিজবুল মুজাহিদীনৰ সৈতে জড়িত থকাৰ অপৰাধত ৩ যুৱকক আটক  •  নগাঁৱৰ আকৌ বিদ্যুৎ বিভাগৰ অৱহেলা! পানীগাঁও চাৰিআলিত ট্ৰেন্সফৰ্মাৰ বিস্ফোৰণ, চাওঁক VIDEO  •  লংকাৰ গংগা হোটেলত চিপ লোৱা অৱস্থাত যুৱকৰ মৃতদেহ উদ্ধাৰ

দেশজুৰি পেট্ৰ’ল-ডিজেলৰ মূল্যবৃদ্ধি অব্যাহত

253
  • অব্যাহত আছে পেট্ৰ’ল-ডিজেলৰ মূল্যবৃদ্ধি।
  • আজি দিল্লীত প্ৰতি লিটাৰ পেট্ৰ’লৰ মূল্য ৮১ টকা।
  • ০.১৩টকা বাঢ়িল প্ৰতি লিটাৰ পেট্ৰ’লত।
  • দিল্লীত ডিজেলৰ মূল্য বৃহস্পতিবাৰে হ’লগৈ ৭৩.০৮টকা।
  • প্ৰতি লিটাৰ ডিজেলত বৃদ্ধি পালে ০.১১টকা।
  • মুম্বাইত প্ৰতি লিটাৰ পেট্ৰ’লৰ মূল্য ০.১৩টকা বৃদ্ধি হৈ হ’লগৈ ৮৮.৩৯টকা।
  • মুম্বাইত ডিজেলৰ মূল্য বৃদ্ধি পালে প্ৰতি লিটাৰত ০.১১টকা।
  • মুম্বাইত আজি ডিজেলৰ মূল্য প্ৰতি লিটাৰত হ’লগৈ ৭৭.৫৮টকা।
আপুনি পঢ়ি ভাল পাব পৰা বাতৰি