নিৰ্বাচনৰ ভোটগ্ৰহণ শেষ হোৱাৰ পাছতে বৃদ্ধি পাইছে পেট্ৰ’ল-ডিজেলৰ দাম…

নিৰ্বাচনৰ ভোটগ্ৰহণ শেষ হোৱাৰ পাছতে বৃদ্ধি পাইছে  পেট্ৰ’ল-ডিজেলৰ দাম…
  • বৃদ্ধি পালে পেট্ৰ'ল-ডিজেলৰ মূল্য।
  • সোমবাৰে প্ৰতিলিটাৰ পেট্ৰ'লত বৃদ্ধি পালে ৯ পইচাকৈ।
  • আনহাতে প্ৰতিলিটাৰ ডিজেলত বৃদ্ধি পালে ১৫ পইচাকৈ।
  • অইল ইণ্ডিয়াৰ ৱেবচাইট অনুসৰি ৰাজধানী চহৰ দিল্লীত প্ৰতিলিটা পেট্ৰ'লৰ মূল্য হ'লগৈ ৭১.১২ টকা।
  • প্ৰতিলিটাৰ ডিজেলৰ মূল্য হ'লগৈ ৬৬.১১ টকা।
  • উল্লেখ্য যে, দেওবাৰে মূল্যৰ কোনো পৰিৱৰ্তন হোৱা নাছিল।

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in