শেহতীয়া খবৰ
বিষাক্ত সুৰাৰ হত্যালীলাঃ ১১ খুচুৰা দোকানী গ্ৰেপ্তাৰ, নিষিদ্ধ লালী গুড়, মুক্ত হৈ আছে পাইকাৰী বেপাৰী  •  অসম চুক্তিৰ বিশেষ দফাৰ প্ৰতিলিপি দাহ কাৰ্যসূচী ৰূপায়ণ হিন্দু যুৱ ছাত্ৰ পৰিষদৰ  •  মাজবাটত অবৈধ শিল-বালি ভৰ্তি তিনিখন ডাম্পাৰ সহ ১২ খনকৈ কাঠৰ চাইকেল জব্দ  •  যোৰহাটত বিষাক্ত সুৰা পান কৰি অসুস্থ হোৱাসকলৰ স্বাস্থ্যৰ বুজ ল’লে মুখ্যমন্ত্ৰী সোণোৱালে  •  অগ্নিগৰ্ভা অৰুণাচল, প্ৰতিবাদকাৰীয়ে জ্বলালে শিল্পীৰ সা-সামগ্ৰীৰ লগতে বৃহৎ সংখ্যক বাহন  •  ঝাৰখণ্ডত নক্সালবাদীৰ বিৰুদ্ধে আৰক্ষী-এছএছবিৰ অভিযান  •  ৰাজ্যজুৰি বিষাক্ত সুৰা সেৱন কৰি মৃত্যু হোৱা লোকৰ সংখ্যা ১০০ লৈ বৃদ্ধি...  •  বিজেপি-আৰ এছ এছে চাহ শ্ৰমিকে সুৰা সেৱন কৰাটো বিচাৰেঃ অখিল গগৈ  •  গোলাঘাটত বিষাক্ত সুৰাই প্ৰাণ ল'লে ৪৬ জনৰ, মৃত্যু হোৱা লোকৰ নাম...  •  বিধ্বংসী অগ্নিকাণ্ডত একেলগে জ্বলিল ১০০খন গাড়ী, চাওঁক VIDEO...

বাহনত ভৰোৱাৰ পূৰ্বে জানি লওক শনিবাৰৰ পেট্ৰ’ল-ডিজেলৰ মূল্য

722
  • একেৰাহে ৩ দিন ধৰি হ্ৰাস পালে পেট্ৰ’লৰ মূল্য ।
  • শনিবাৰে প্ৰতিলিটাৰ পেট্ৰ’লত হ্ৰাস পালে ১০ পইচাকৈ ।
  • বৰ্তমান গুৱাহাটীত প্ৰতিলিটাৰ পেট্ৰ’লত ৭০.৩৩ টকা।
  • শনিবাৰেও হ্ৰাস পাইছিল পেট্ৰ’লৰ মূল্য ।
  • শুকুৰবাৰে প্ৰতিলিটাৰ পেট্ৰ’লত হ্ৰাস পাইছিল ১৫ পইচাকৈ।
  • আনহাতে ডিজেলৰ মূল্য অপৰিৱৰ্তিত ।
  • বৰ্তমান গুৱাহাটীত প্ৰতিলিটাৰ ডিজেলৰ মূল্য ৬৬.১৫ টকা।
আপুনি পঢ়ি ভাল পাব পৰা বাতৰি