বাহনত ভৰোৱাৰ পূৰ্বে জানি লওক শনিবাৰৰ পেট্ৰ’ল-ডিজেলৰ মূল্য

প্ৰতিকী ফটো
প্ৰতিকী ফটো
  • একেৰাহে ৩ দিন ধৰি হ্ৰাস পালে পেট্ৰ'লৰ মূল্য ।
  • শনিবাৰে প্ৰতিলিটাৰ পেট্ৰ'লত হ্ৰাস পালে ১০ পইচাকৈ ।
  • বৰ্তমান গুৱাহাটীত প্ৰতিলিটাৰ পেট্ৰ'লত ৭০.৩৩ টকা।
  • শনিবাৰেও হ্ৰাস পাইছিল পেট্ৰ'লৰ মূল্য ।
  • শুকুৰবাৰে প্ৰতিলিটাৰ পেট্ৰ'লত হ্ৰাস পাইছিল ১৫ পইচাকৈ।
  • আনহাতে ডিজেলৰ মূল্য অপৰিৱৰ্তিত ।
  • বৰ্তমান গুৱাহাটীত প্ৰতিলিটাৰ ডিজেলৰ মূল্য ৬৬.১৫ টকা।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in