ডিজেলে কিছু সকাহ দিলেও পেট্ৰ’লৰ মাধমাৰ অব্যাহত…

প্ৰতীকি ফটো
প্ৰতীকি ফটো
  • দেওবাৰে পুনৰ বৃদ্ধি পালে পেট্ৰ'লৰ দাম।
  • প্ৰতিলিটাৰ পেট্ৰ'লত বৃদ্ধি পালে ৮ পইচাকৈ।
  • গুৱাহাটীত আজি প্ৰতিলিটাৰ পেট্ৰ'লৰ দাম ৭২.২৮ টকা।
  • ইয়াৰ বিপৰীতে আজি ৯ পইচাকৈ হ্ৰাস পালে প্ৰতিলিটাৰ ডিজেলৰ দাম।
  • গুৱাহাটীত আজি প্ৰতিলিটাৰ ডিজেলৰ দাম ৬৭.৫৯ টকা।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in