শেহতীয়া খবৰ
চৰকাৰে কৃষকসকলক বিভাজিত কৰি আন্দোলনটোক নিষ্ফল কৰাৰ প্ৰয়াস কৰিছেঃ প্ৰফেচৰ দৰ্শনপাল...  •  দেশৰ ১ লাখ ছাত্ৰ-ছাত্ৰীয়ে ব্যক্তিগতখণ্ডৰ বিদ্যালয় এৰি চৰকাৰী বিদ্যালয়লৈ ঢাপলি মেলিছে কিয়...  •  ধনশিৰি আছুত মোক্ষম আঘাত,আছু ত্যাগ কৰি যোগদান কৰিলে চুতীয়া ছাত্ৰ সন্থাত...  •  বিটিচিত বিজেপিয়ে একক সংখ্যাগৰিষ্ঠতাৰে চৰকাৰ গঠন কৰিবঃ ৰঞ্জিত দাস...  •  সাংস্কৃতিক কৰ্মী বুন বৰাৰ উদ্যোগত বিন্দাচ অৰিজিনেল নামৰ আন্তঃৰাষ্ট্ৰীয় মনোৰঞ্জন ধৰ্মী এপৰ শুভাৰম্ভ...  •  ড্ৰাগছৰ গোচৰত গ্ৰেপ্তাৰ হোৱা অভিনেত্ৰী ৰিয়া চক্ৰৱৰ্তীৰ ভাতৃ চৌভিক চক্ৰৱৰ্তীৰ জামিন মঞ্জুৰ...  •  বোকাজানৰ অসম-নাগালেণ্ড সীমান্তৰ লাহৰিজানত বিধ্বংসী অগ্নিকাণ্ড...  •  ব্ৰিটেইনে উদ্ভাৱন কৰিলে কোভিড ভেকচিন, অহা সপ্তাহৰ পৰা আৰম্ভ হ’ব টিকাকৰণ...  •  ব্ৰিটেইনে উদ্ভাৱন কৰিলে কোভিড ভেকচিন, অহা সপ্তাহৰ পৰা আৰম্ভ হ’ব টিকাকৰণ...  •  বডোফা উপেন্দ্ৰনাথ ব্ৰহ্মৰ বাসগৃহত বিজেপিৰ ৰাজ্যিক সভাপতি ৰঞ্জিত দাস...

৫০দিনৰ অন্তত বাঢ়িল পেট্ৰ’ল-ডিজেলৰ মূল্য…

412

ডিজিটেল ডেস্কঃ প্ৰায় ৫০টা দিনৰ অন্তত বৃদ্ধি হল পেট্ৰল ডিজেলৰ দাম। যোৱা শনিবাৰৰ পৰা বৃদ্ধি হৈছে পেট্ৰল-ডিজেলৰ মূল্য। শনিবাৰে প্ৰতিলিটাৰ পেট্ৰলত ১৫পইচাকৈ বৃদ্ধি পোৱাৰ বিপৰীতে প্ৰতি লিটাৰ ডিজেলত বৃদ্ধি হৈছিল ২০ পইচাকৈ। বৃদ্ধিৰ ধাৰাবাৰিকতা অক্ষুন্ন ৰাখি দেওবাৰেও বৃদ্ধি হল পেট্ৰল-ডিজেলৰ দাম। দেওবাৰে প্ৰতিলিটাৰ পেট্ৰলত ৮পইচাৰ লগতে ডিজেলত ১৮-২০পইচা পৰ্যন্ত বৃদ্ধি কৰা হৈছে।

আপুনি পঢ়ি ভাল পাব পৰা বাতৰি