শেহতীয়া খবৰ
মুজাফ্ফৰপুৰত একিউট এনকেফেলাইটিছ ছিণ্ড্ৰমত আক্ৰান্ত হৈ মৃত্যু হোৱা শিশুৰ সংখ্যা ১৩২ জনলৈ বৃদ্ধি  •  এছ ইউ ভি বাহনে মহতিয়াই নিলে পদপথত শুই থকা লোকক, নিহত ৩ শিশুসহ ৪জন  •  পথ দুৰ্ঘটনাত মন্ত্ৰী পুত্ৰসহ নিহত ৩  •  শিৱসাগৰ বাণিজ্য মহাবিদ্যালয়ৰ সোণালী জয়ন্তীৰ প্ৰস্তুতি তুংগত  •  কিছু সময়ৰ পিছতে প্ৰকাশ পাব এন আৰ চিৰ অতিৰিক্ত কৰ্তন তালিকা  •  মন্ত্ৰী নৱ দলেৰ গৃহ পঞ্চায়তত কৃষি বান্ধৰ দুৰ্নীতি, ২০ লাখৰ ঠাইত খৰচ নকৰিলে ১০ হাজাৰো, কাম নকৰাকৈয়ে সৰকালে ৮.৮০ লাখ টকা  •  ড° অনামিকা ৰায় সোঁৱৰণী ন্যাসৰ উদ্যােগত ৰোগীৰ অধিকাৰ দিৱস উদযাপন  •  ক্ৰিকেট বিশ্বকাপত অষ্ট্ৰেলিয়াৰ সন্মুখত শিৰণত আয়োজক দেশ ইংলেণ্ড  •  পৰস্ত্ৰীৰ অশ্লীল ফটো ছ'চিয়েল মিডিয়াত ভাইৰেল কৰি ৰঙাঘৰত সোমাল বদৰপুৰৰ সেনা জোৱান  •  প্ৰাক্তন ক্ৰিকেটাৰ, গুৱাহাটী কমাৰ্চ কলেজৰ প্ৰাক্তন অধ্যক্ষ উমেশ শৰ্মাৰ দেহাৱসান

হ্ৰাস পালে পেট্ৰ’ল-ডিজেলৰ মূল্য…

1,050

ডিজিটেল ডেস্কঃ ধাৰাবাহিকভাৱে ৬ টা দিন ধৰি হ্ৰাস পালে পেট্ৰ’ল-ডিজেলৰ মূল্য। মঙলবাৰে প্ৰতিলিটাৰ পেট্ৰ’লত ৭ পইচা আৰু ডিজেল প্ৰতিলিটাৰত ২০ পইচাকৈ হ্ৰাস পাইছে। মঙলবাৰে ৰাজধানী দিল্লীত প্ৰতিলিটাৰ পেট্ৰ’লৰ মূল্য ৭১.২৩ টকা আৰু ডিজেলৰ মূল্য ৬৫.৫৬ টকা।

চাওক আজিৰ দিনটোত দেশৰ বিভিন্ন চহৰত পেট্ৰ’ল-ডিজেলৰ মূল্য

আপুনি পঢ়ি ভাল পাব পৰা বাতৰি