শেহতীয়া খবৰ
মুম্বাইৰ লীলাৱতী হাস্পতালত ভৰ্তি অভিনেতা সঞ্জয় দত্ত...  •  ৰাজ্যত পুনৰ ২২১৮ জনৰ দেহত কোভিড পজিটিভ, আক্ৰান্তৰ সংখ্যা ৫৭,৭১৪জনলৈ বৃদ্ধি...  •  দৰঙত কোভিডত আক্ৰান্তৰ সংখ্যা ১৭৩০ জনলৈ বৃদ্ধি..  •  ৰাজ্যৰ আৰু এগৰাকী বিধায়ক আক্ৰান্ত কোৰোনাত...  •  সুশান্ত সিঙে কাম অভাৱত আত্মহত্যা কৰা নাছিল! মৃত্যুৰ আগদিনাও পাইছিল দুখন চিনেমাৰ অফাৰ...  •  কোভিড-১৯ঃ ৰাজ্যত পুনৰ ১৭৮২জন লোক হৈছে সুস্থ...  •  দুখবৰঃ ৰাজ্যত কোৰোনাত আক্ৰান্ত ৮জনৰ মৃত্যু...  •  ৫ শ্ৰেষ্ঠ ৰম্যপূৰীৰ অন্যতম পানীমূৰ-উমৰাংছুত শগুণ পৰাদি পৰিছে চূণশিল-কয়লা-বালি-শিলৰ লুন্ঠনকাৰী নেতা...  •  বড়োলেণ্ড বিশ্ববিদ্যালয়ৰ পঞ্জীয়ক আৰু শিলচৰ বিশ্ববিদ্যালয়ৰ উপাচাৰ্যলৈ কৃত্বিত্বৰ বঁটা...  •  দেশৰ প্ৰতিটো প্ৰান্তত পাব হাইস্পিড ইন্টাৰনেট, বিএছএনএলৰ ‘BookMyFiber’ পৰ্টেল মুকলি...

বিগত ২৪দিনত প্ৰতি লিটাৰ ডিজেলত বৃদ্ধি পালে ১১.২৩টকা…

168

ডিজিটেল ডেস্কঃ ৰাইজক কিছু সকাহ প্ৰদান কৰি বিগত তিনিটা দিন ধৰি দেশত বৃদ্ধি হোৱা নাই পেট্ৰ’ল-ডিজেলৰ মূল্য। পূৰ্বে প্ৰায় ২৪দিন ধৰি ধাৰাবাহিক মূল্যবৃদ্ধিৰ পাছতে কংগ্ৰেছৰ লগতে অন্যান্য বিৰোধী দলৰ নেতাসকলেও তীব্ৰ কটাক্ষ কৰিছিল চৰকাৰক।

সমগ্ৰ দেশত কংগ্ৰেছে ইন্ধনৰ মূল্যবৃদ্ধিৰ বিৰুদ্ধে সাব্যস্ত কৰিছিল প্ৰতিবাদ। বিগত ২৪দিনত দেশত প্ৰতি লিটাৰ ডিজেলত ১১.২৩টকা আৰু প্ৰতিলিটাৰ পেট্ৰ’লত ৯.১৭টকাকৈ বৃদ্ধি পাইছে। বৃহস্পতিবাৰে বাৰে ৰাজধানী চহৰ দিল্লীত প্ৰতি লিটাৰ পেট্ৰ’লৰ মূল্য ৮০.৪৩টকাৰ বিপৰীতে ডিজেলৰ মূল্য ৮০.৫৩টকা।

আপুনি পঢ়ি ভাল পাব পৰা বাতৰি