শেহতীয়া খবৰ
সুখবৰঃ ৰাজ্যত কোভিড-১৯ত আক্ৰান্ত ৪৪৯জন লোক হৈছে সুস্থ...  •  মঙলদৈ অসামৰিক চিকিৎসালয়ৰ ৩ চিকিৎসকসহ কোৰোনাত নতুনকৈ আক্ৰান্ত ১৮ জন...  •  বৃহৎ নদীবান্ধ আৰু কৌশলেৰে এনএইচপিচিলৈ যন্ত্ৰাংশ কঢ়িওৱাৰ প্ৰতিবাদত হাৰমতীত নিশা আছুৰ টায়াৰ জ্বলাই প্ৰতিবাদ... VIDEO  •  মই অখিল গগৈৰ মাক, মাৰি পেলাওক তাক!  •  গুৱাহাটীত ঘৰে ঘৰে চলিব কোভিড টেষ্ট...  •  কোৰোনাৰ শংকাৰ মাজতেই কাৰাগাৰত অখিল গগৈৰ পাছত বিতু সোণোৱালো জ্বৰত আক্ৰান্ত হোৱাৰ খবৰ...  •  কোৰোনাৰ শংকাৰ মাজতেই কাৰাগাৰত অখিল গগৈৰ পাছত বিতু সোণোৱালো জ্বৰত আক্ৰান্ত হোৱাৰ খবৰ...  •  সোমবাৰৰ দৃশ্যঃ ৰে’লৰ পৰা নামি পলাল যাত্ৰী, গেলামালৰ দোকানত ভিৰ, ঘৰৰ চৌহদত মাছ-মাংসৰ বজাৰ...  •  অৱশেষত ছিগিল গোৱালপাৰাৰ জলেশ্বৰৰ বিধ্বস্ত নদীবান্ধ, ডেৰ শতাধিক ৰাজহ গাঁও ভীতিগ্ৰস্ত...  •  খবৰ পজিটিভ, হোমেন বৰগোঁহাঞিৰ শ্বাব টেষ্ট নিগেটিভ...

১৩দিনঃ ধাৰাবাহিকভাৱে বাঢ়িয়েই আছে পেট্ৰ’ল-ডিজেলৰ মূল্য…

219

ডিজিটেল ডেস্কঃ ধাৰাবাহিকভাৱে অব্যাহত আছে পেট্ৰল-ডিজেলৰ মূল্যবৃদ্ধি। বিগত প্ৰায় ১৩দিনত প্ৰতিদিনেই বৃদ্ধি পোৱা ইন্ধনৰ এনে মূল্যবৃদ্ধিক লৈ এতিয়া চিন্তিত জনতা। শুকুৰবাৰে প্ৰতি লিটাৰ পেট্ৰলত বৃদ্ধি পালে ৫৬পইচা আৰু প্ৰতি লিটাৰ ডিজেলত বৃদ্ধি পালে ৬৩পইচাকৈ। উল্লেখ্য যে, যোৱা বৃহস্পতিবাৰেও প্ৰতিলিটাৰ পেট্ৰলত ৫৩পইচা আৰু ডিজেল প্ৰতি লিটাৰত ৬৪ পইচাকৈ বৃদ্ধি পাইছিল।

আপুনি পঢ়ি ভাল পাব পৰা বাতৰি