শেহতীয়া খবৰ
অমিত শ্বাহ অহাৰ বাটত ক’লা পতাকা আঁৰিলে আছুৱে...  •  অমিত শ্বাহ অহাৰ বাটত ক’লা পতাকা আঁৰিলে আছুৱে...  •  অমিত শ্বাহ অহাৰ বাটত ক’লা পতাকা আঁৰিলে আছুৱে...  •  আকাশবাণী কেন্দ্ৰত অগ্নিকাণ্ড...  •  ৰাজ্যত আকৌ ১৯জন কোৰোনা পজিটিভ...  •  অস্বস্তিত নেকি চৰকাৰ! ৫০ সহস্ৰাধিকৰ উপস্থিতিত জেৰেঙাত মোডীয়ে বিলালে লক্ষাধিকৰ ভূমি পট্টা...  •  অস্বস্তিত নেকি চৰকাৰ! ৫০ সহস্ৰাধিকৰ উপস্থিতিত জেৰেঙাত মোডীয়ে বিলালে লক্ষাধিকৰ ভূমি পট্টা...  •  উত্তৰাখণ্ডৰ গংগোত্ৰীৰ স্বামী অজয় যোগীৰ বটদ্ৰৱা থান দৰ্শন...  •  ধেমাজি গ্ৰন্থ উৎসৱ-২০২১ৰ ষষ্ঠ দিনৰ কাৰ্যসূচী...  •  চাউলখোৱাত অসম সাহিত্য সভাৰ সাংস্কৃতিক মৈত্ৰীবন্ধন আৰু ভাৱ বিনিময় অনুষ্ঠানৰ আয়োজন...

ধাৰাবাহিকভাৱে ২১দিন বাঢ়িল পেট্ৰ’ল-ডিজেলৰ মূল্যঃ কিন্তু আজি…

441

ডিজিটেল ডেস্কঃ প্ৰায় ২১টা দিন ধাৰাবাহিক মূল্যবৃদ্ধিৰ পাছত দেওবাৰে বৃদ্ধি নহ’ল পেট্ৰ’ল-ডিজেলৰ মূল্য। প্ৰতিলিটাৰ পেট্ৰ’লত অভিলেখসংখ্যক ৮০.৩৮টকা আৰু প্ৰতি লিটাৰ ডিজেলত ৮.৪০টকা পৰ্যন্ত বৃদ্ধি হৈছিল বিগত ২১টা দিনত। পেট্ৰ’ল -ডিজেলৰ ধাৰাবাহিক মূল্যবৃদ্ধিক লৈ দেশৰ ভিন্ন প্ৰান্তত প্ৰতিবাদ সাব্যস্ত কৰিছিল বিৰোধী ৰাজনৈতিক দল কংগ্ৰেছে।

আপুনি পঢ়ি ভাল পাব পৰা বাতৰি