ধাৰাবাহিকভাৱে ২১দিন বাঢ়িল পেট্ৰ’ল-ডিজেলৰ মূল্যঃ কিন্তু আজি…

ধাৰাবাহিকভাৱে ২১দিন বাঢ়িল পেট্ৰ’ল-ডিজেলৰ মূল্যঃ কিন্তু আজি…

ডিজিটেল ডেস্কঃ প্ৰায় ২১টা দিন ধাৰাবাহিক মূল্যবৃদ্ধিৰ পাছত দেওবাৰে বৃদ্ধি নহ'ল পেট্ৰ'ল-ডিজেলৰ মূল্য। প্ৰতিলিটাৰ পেট্ৰ'লত অভিলেখসংখ্যক ৮০.৩৮টকা আৰু প্ৰতি লিটাৰ ডিজেলত ৮.৪০টকা পৰ্যন্ত বৃদ্ধি হৈছিল বিগত ২১টা দিনত। পেট্ৰ'ল -ডিজেলৰ ধাৰাবাহিক মূল্যবৃদ্ধিক লৈ দেশৰ ভিন্ন প্ৰান্তত প্ৰতিবাদ সাব্যস্ত কৰিছিল বিৰোধী ৰাজনৈতিক দল কংগ্ৰেছে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in