পুনৰ বৃদ্ধি হ’ল পেট্ৰ’ল-ডিজেলৰ মূল্য

পুনৰ বৃদ্ধি হ’ল পেট্ৰ’ল-ডিজেলৰ মূল্য
  • পুনৰ বৃদ্ধি পালে পেট্ৰ'ল-ডিজেলৰ মূল্য।
  • দিল্লীত বৰ্তমান প্ৰতিলিটাৰ পেট্ৰ'লৰ মূল্য ৮২.২২টকা।
  • ইফালে, ৭৩.৮৭ টকা হৈছেগৈ প্ৰতি লিটাৰ ডিজেলৰ মূল্য।
  • বুধবাৰে দিল্লীত পেট্ৰলৰ মূল্য প্ৰতি লিটাৰত আছিল ৮২.১৬ টকা।
  • আনহাতে, ডিজেলৰ মূল্য আছিল ৭৩.৮৭ টকা প্ৰতিলিটাৰত।
  • মুম্বাইতো বৃদ্ধি পালে পেট্ৰ'ল আৰু ডিজেলৰ মূল্য।
  • বৃহস্পতিবাৰে মুম্বাইত প্ৰতিলিটাৰ পেট্ৰ'লৰ মূল্য ৮৯.৬০ হোৱাৰ বিপৰীতে ডিজেলৰ মূল্য ৭৮.৪৩ টকা প্ৰতিলিটাৰত হৈছেগৈ।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in