শুকুৰবাৰে অসমৰ ক’ত পেট্ৰ’ল-ডিজেলৰ কিমান দাম?

শুকুৰবাৰে অসমৰ ক’ত পেট্ৰ’ল-ডিজেলৰ কিমান দাম?

ডিজিটেল ডেস্কঃ কোনো প্ৰতিবাদে ৰোধ কৰিব পৰা নাই পেট্ৰ'ল-ডিজেলৰ মূল্যবৃদ্ধিক। দিনকেদিনে আকাশলংঘী হৈছে পেট্ৰ'ল-ডিজেলৰ মুল্য। সমগ্ৰ দেশৰ লগতে অসমতো অভাৱনীয় হাৰত বৃদ্ধি পাইছে পেট্ৰ'ল-ডিজেলৰ মূল্য। অসমৰ কেইখনমান বিশেষ স্থানত ১৪ চেপ্টেম্বৰত পেট্ৰ'ল-ডিজেলৰ মূল্য এনেধৰণৰ-

গুৱাহাটীঃ পেট্ৰ'ল- ৮৩.৬৮ টকা
ডিজেল- ৭৬.৬৪ টকা

ধুবুৰীঃ পেট্ৰ'ল- ৮৩.৯২ টকা
ডিজেল- ৭৬.৮৬ টকা

শিলচৰঃ পেট্ৰ'ল- ৮৩.৭৫ টকা
ডিজেল- ৭৬.৬৭ টকা

গোলাঘাটঃ পেট্ৰ'ল- ৮৩.৭৭ টকা
ডিজেল- ৭৬.৭২ টকা

ডিব্ৰুগড়ঃ পেট্ৰ'ল- ৮৪.৩৬ টকা
ডিজেল- ৭৭.২৬ টকা

তেজপুৰঃ পেট্ৰ'ল- ৮৩.৯৪ টকা
ডিজেল- ৭৬.৮৬ টকা

যোৰহাটঃ পেট্ৰ'ল- ৮৪.০৬ টকা
ডিজেল- ৭৬.৯৮ টকা

লখিমপুৰঃ পেট্ৰ'ল- ৮৫.১৪ টকা
ডিজেল- ৭৭.৯৬ টকা

মাজুলীঃ পেট্ৰ'ল- ৮৫.২৩ টকা
ডিজেল- ৭৮.০৭ টকা

ডিমা হাচাওঃ পেট্ৰ'ল- ৮৪.৫৬
ডিজেল- ৭৭.৩৮

ধেমাজীঃ পেট্ৰ'ল- ৮৫.৭৩ টকা
ডিজেল- ৭৮.৫২ টকা

নগাওঃ পেট্ৰ'ল- ৮৪৩৭টকা
ডিজেল- ৭৭২৭টকা

কৰিমগঞ্জঃ পেট্ৰ'ল- ৮৪.০১টকা
ডিজেল- ৭৬.৯২টকা

তিনিচুকীয়াঃ পেট্ৰ'ল- ৮৩.৮২ টকা
ডিজেল- ৭৬.৭৭ টকা

হাইলাকান্দিঃ পেট্ৰ'ল- ৮৩.৯১ টকা
ডিজেল- ৭৬.৮৩ টকা

বৰপেটাঃ পেট্ৰ'ল- ৮৪.০৬ টকা
ডিজেল- ৭৬.৯৮ টকা

চিৰাংঃ পেট্ৰ'ল- ৮৩.৬৫ টকা
ডিজেল- ৭৬.৬১ টকা

বিশ্বনাথঃ পেট্ৰ'ল- ৮৪.২৯টকা
ডিজেল- ৭৭.১৮ টকা

হোজাইঃ পেট্ৰ'ল- ৮৪.০৪ টকা
ডিজেল- ৭৬.৯৫ টকা

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in