কমিল পেট্ৰ’ল-ডিজেলৰ মূল্য…

ফাইল ফটো
ফাইল ফটো
  • ধাৰাবাহিকভাৱে দ্বিতীয়দিনাও হ্ৰাস পালে পেট্ৰ'ল-ডিজেলৰ মূল্য।
  • শুকুৰবাৰে প্ৰতি লিটাৰ পেট্ৰ'লত হ্ৰাস পালে ১৫ পইচাকৈ।
  • প্ৰতি লিটাৰ ডিজেলতো হ্ৰাস পালে ১৩ পইচাকৈ।
  • ইয়াৰ পূৰ্বে বৃহস্পতিবাৰে প্ৰতি লিটাৰ পেট্ৰলত ৫ পইচা আৰু ডিজেলত ৬ পইচাকৈ হ্ৰাস পাইছিল মূল্য।
  • বিগত ১৫ দিনত ১.২৫ টকা হ্ৰাস পাইছে প্ৰতি লিটাৰ পেট্ৰ'লৰ মূল্য।

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in