বৃহস্পতিবাৰে হ্ৰাস পালে পেট্ৰ’ল-ডিজেলৰ মূল্য…

বৃহস্পতিবাৰে হ্ৰাস পালে পেট্ৰ’ল-ডিজেলৰ মূল্য…
  • বৃহস্পতিবাৰে হ্ৰাস পালে পেট্ৰলৰ মূল্য।
  • প্ৰতিলিটাৰ পেট্ৰলত হ্ৰাস পালে ৬ পইচাকৈ।
  • আনহাতে বৃহস্পতিবাৰে হ্ৰাস পালে ডিজেলৰ দামো।
  • প্ৰতিলিটাৰত হ্ৰাস পালে ৫ পইচাকৈ।
  • দিল্লীত আজি প্ৰতিলিটাৰ পেট্ৰলৰ মূল্য ৭২.০১ টকাৰ বিপৰীতে ডিজেলৰ মূল্য ৬৫.৩০ টকা।

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in