শেহতীয়া খবৰ
ৰাজ্যত আকৌ ২১৫জন কোভিড পজিটিভ, সুস্থ হৈছে ২৮৩২জন...  •  কোভিড-১৯ঃ ৰাজ্যত আকৌ দুজনৰ মৃত্যু...  •  বিহাৰ বিধানসভা নিৰ্বাচন...  •  ৩১ অক্টোবৰত চাব আকাশলৈ, দেখা পাব ‘ব্লু মুন’...  •  উত্তৰ প্ৰদেশৰ গো হত্যা আইনৰ অপব্যৱহাৰকলৈ উদ্বেগ প্ৰকাশ এলাহাবাদ উচ্চ ন্যায়ালয়ৰ...  •  হাথৰছ ধৰ্ষণ-হত্যাকাণ্ডঃ মঙলবাৰে উচ্চতম ন্যায়ালয়ে প্ৰদান কৰিব কিছু গুৰুত্বপূৰ্ণ ৰায়দান...  •  হাতে হাতে দা-তৰোৱাল, তিনিচুকীয়াত বজৰং দলৰ সশস্ত্ৰ বাইক ৰেলী...  •  নৱমী পূজাৰ নিশা বৰপেটাৰোডত সাংবাদিক আক্ৰমণৰ ঘটনা...  •  আইপিএলৰ পৰা বাহিৰ হ’ল চেন্নাই...  •  জম্মু-কাশ্মীৰৰ পিপলছ ডেম’ক্ৰেটিক পাৰ্টীৰ মুৰব্বী মেহবুবা মুফতীৰ মন্তব্যক লৈ সৰৱ তিনি নেতাৰ পদত্যাগ...

গাড়ী বা বাইক লৈ ঘৰৰ পৰা ওলাই যোৱাৰ পূৰ্বে পঢ়ক এই খবৰ…

3,025

ডিজিটেল ডেস্কঃ এদিনৰ বিৰতিৰ পাছত বৃহস্পতিবাৰে পুনৰ বৃদ্ধি পালে পেট্ৰ’লৰ মূল্য। বৃহস্পতিবাৰে প্ৰতিলিটাৰ পেট্ৰ’লত বৃদ্ধি পালে ৮ পইচাকৈ। কলকাতাত প্ৰতিলিটাৰ পেট্ৰ’লত ১২ পইচাকৈ বৃদ্ধি পাইছে। ৰাজধানী চহৰ দিল্লীত আজি প্ৰতিলিটাৰ পেট্ৰ’লৰ মূল্য ৭৩.৩৫ টকা। ইফালে বিগত ৬ দিন ধৰি কোনো সাল সলনি হোৱা নাই ডিজেলৰ মূল্য।

আপুনি পঢ়ি ভাল পাব পৰা বাতৰি